ETV Bharat / state

জম্মু-কাশ্মীৰক লৈ বিতৰ্কিত প'ষ্ট শ্বেয়াৰ কৰি আৰক্ষীৰ আলহী এজন

অসমৰ নগাঁও জিলাত এগৰাকী ব্যক্তিয়ে বিগত কিছুদিনৰ পৰাই ফেচবুকত ভাৰত বিৰোধী মন্তব্য কৰি আহিছিল ৷ জয়ন্ত মণ্ডল নামৰ এগৰাকী ব্যক্তিৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰে ৷

author img

By

Published : Aug 10, 2019, 11:04 AM IST

জম্মু-কাশ্মীৰক লৈ বিতৰ্কিত প'ষ্ট শ্বেয়াৰ কৰি আৰক্ষীৰ আলহী এজন

নগাঁৱ, 10 আগষ্টঃ জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰাৰ পিচতে দেশৰ বিভিন্ন প্ৰান্তত পাকিস্তানৰ সপক্ষে আপত্তিজনক মন্তব্য প্ৰদান কৰি আহিছে বিভিন্ন লোকে ৷ শেহতীয়াকৈ অসমৰ নগাঁও জিলাৰ পৰা গ্ৰেপ্তাৰ হয় এগৰাকী লোক ৷ কংগ্ৰেছ দলৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ঘনিষ্ঠ হাচেন আলী নামৰ ব্যক্তিজনে ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে মন্তব্য প্ৰদান কৰাৰ লগতে ফেচবুকত শ্বেয়াৰ কৰিছিল পাকিস্তান সমৰ্থিত বিভিন্ন আপত্তিজনক প'ষ্ট ৷ অৱশেষত ব্যক্তিজনৰ এই কাৰ্যৰ বিৰুদ্ধে নগাঁও আৰক্ষীত গোচৰ দিয়ে জয়ন্ত মণ্ডল নামৰ এগৰাকী লোকে ৷ জয়ন্ত মণ্ডলৰ অভিযোগৰ ভিত্তিতে ৰূপহীহাট আৰক্ষীয়ে হাচেন আলীক গ্ৰেপ্তাৰ কৰি সোধাপোচা অব্যাহত ৰাখিছে ৷

Intro:ফেচবুকত পাকিস্তানক সমৰ্থন কৰি ৰঙা ঘৰৰ আলহী চামুগুৰিৰ কংগ্ৰেছ কৰ্মী। Body: ফেচবুকত পাকিস্তান সমৰ্থিত পোষ্ট শ্বেয়াৰ কৰি আৰক্ষীৰ জালত পৰিল চামুগুৰি সমষ্টিৰ এগৰাকী কংগ্ৰেছ কৰ্মী। ধৃত কংগ্ৰেছ কৰ্মীগৰাকী চামগুৰি সমষ্টিৰ 6 নং ভগামুখৰ হাচেন আলী। হাচেন অলীয়ে
কেইবাদিন ধৰি কাশ্মীৰৰ ওপৰত বহু বিতৰ্কিত পোষ্ট শ্বেয়াৰ কৰি আহিছে । ধৃত হাচেন আলি ৰকিবুলৰ ঘনিষ্ঠ আছিল। জয়ন্ত মণ্ডল নামৰ এজন লোকৰ এজাহাৰৰ ভিত্তিত ৰূপহীহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হাচেন আলী। শুক্ৰবাৰে নিশা বাসগৃহৰ পৰাই আটক কৰে হাচেন অলীক। আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে হাচেন আলীক।
------------------------------*-------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
10-8-19Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.