ETV Bharat / state

কলিয়াবৰৰ তেল টেঙ্কাৰ দুৰ্ঘটনাগ্ৰস্ত - OIL TANKER OVERTURNS

টেংকাৰখনৰ পৰা তেল নিৰ্গত হোৱাত ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় যান-জঁটৰ । দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় কলিয়াবৰ আৰক্ষীৰ এটা দল ৷ ভাৰপ্ৰাপ্ত বিষয়া খৰ্গেশ্বৰ বৰদলৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ কলিয়াবৰৰ অগ্নি নিৰ্বাপন বাহিনীৰ সহযোগত উদ্ধাৰ অভিযানত নামি পৰে ৷

কলিয়াবৰৰ তেল টেঙ্কাৰ দুৰ্ঘটনাগ্ৰস্ত
author img

By

Published : Apr 26, 2019, 10:19 PM IST

কলিয়াবৰ , 26 এপ্ৰিল : কলিয়াবৰৰ দাৰিগজিত শুকুৰবাৰে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰিল এখন তেল ভৰ্তি টেংকাৰ। নামনিমুৱা এ. এছ. 03 এ. চি. 1315 নম্বৰৰ টেংকাৰখনে তেল লৈ গৈ থকা অৱস্থাতে কলিয়াবৰৰ দাৰীগজিৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে টেংকাৰ খন ৷

কলিয়াবৰৰ তেল টেঙ্কাৰ দুৰ্ঘটনাগ্ৰস্ত

লগতে পঢ়ক : কাজিৰঙাত ভয়ংকৰ পথ দুৰ্ঘটনা;নিহত 2

টেংকাৰখনৰ পৰা তেল নিৰ্গত হোৱাত ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় যান-জঁটৰ । দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় কলিয়াবৰ আৰক্ষীৰ এটা দল ৷ ভাৰপ্ৰাপ্ত বিষয়া খৰ্গেশ্বৰ বৰদলৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ কলিয়াবৰৰ অগ্নি নিৰ্বাপন বাহিনীৰ সহযোগত উদ্ধাৰ অভিযানত নামি পৰে ৷

কলিয়াবৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা টেংকাৰখনৰ চালকজন পলায়ন কৰে।

Intro:শুক্ৰবাৰে কলিয়াবৰৰ দাৰিগজিত তেল টেঙ্কাৰ দুৰ্ঘটনাগ্ৰস্ত।
শুক্ৰবাৰে কলিয়াবৰৰ দাৰিগজিৰ ৩৭ নম্বৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰিল এখন পেট্ৰল ডিজেল ভৰ্তি টেংকাৰ।Body:উজনিৰ পৰা নামনিমুৱা এ. এছ. ০৩ এ. চি. ১৩১৫ নম্বৰৰ টেংকাৰখনে ডিজেল আৰু পেট্ৰললৈ গৈ থকা অৱস্থাতে কলিয়াবৰৰ দাৰীগজিৰ ৩৭ নম্বৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ফলত টেংকাৰ খনৰ পৰা ডিজেল আৰু পেট্ৰল নিৰ্গত হোৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালে অধিক যান-জঁটৰ সৃষ্টি হয়। অৱশ্যে দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে কলিয়াবৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া খৰ্গেশ্বৰ বৰদলৈৰ নেতৃত্বত এটি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ কলিয়াবৰৰ অগ্নি নিৰ্বাপন বাহিনীৰ সহযোগত উদ্ধাৰ অভিযানত নামি পৰে যদিও কলিয়াবৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা টেংকাৰখনৰ চালক জন পলায়ন কৰে।
ইফালে স্থানীয় ৰাইজে তেলৰ টেংকাৰ বাগৰাৰ খবৰ পোৱা মাত্ৰকে হাতে হাতে বটল, বাল্টি লৈ তেল নিবলৈ ঘটনাস্থলীত ভিৰ কৰা পৰিলক্ষিত হয়।Conclusion:visuals
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.