ETV Bharat / state

জখলাবন্ধাত বাগৰিল তেলৰ টেংকাৰ

author img

By

Published : May 4, 2021, 7:48 PM IST

জখলাবন্ধাত বাগৰিল তেলৰ টেংকাৰ ৷ তেল সংগ্ৰহত ব্যস্ত হ’ল স্থানীয় লোক ৷

জখলাবন্ধাত বাগৰিল তেলৰ টেংকাৰ
জখলাবন্ধাত বাগৰিল তেলৰ টেংকাৰ

নগাঁও, 4 মে’: মঙলবাৰে পুৱা জখলাবন্ধা আৰক্ষী নিৱেশৰ অন্তৰ্গত বৰদলঙৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল তেল পৰিবাহী এখন টেংকাৰ । NL 01 AE 6298 নম্বৰৰ বৃহৎ ডিজেল পৰিবাহী টেংকাৰখন দুৰ্ঘটনাত পতিত হোৱাৰ কিছু সময়ৰ পাছতে ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে টেংকাৰখন ৷

জখলাবন্ধাত বাগৰিল তেলৰ টেংকাৰ

কিন্তু তেতিয়ালৈ টেংকাৰখনৰ পৰা বহু পৰিমাণৰ তেল বাহিৰ হৈ যায় ৷ সেয়ে বিনামূলীয়াকৈ পোৱা তেল সংগ্ৰহত ব্যস্ত হৈ পৰে গাঁৱবাসী ৷ কৰ’ণাৰ সংক্ৰমণ নেওচি যিয়ে যেনিয়ে পাৰে তেল সংগ্ৰহ কৰি ল’লে ৷

লগতে পঢ়ক : গোৱালপাৰাৰ কাছুমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.