ETV Bharat / state

এ আৰ চিৰ আপত্তি নিষ্পত্তিৰ নামত বিশেষ ভাৱে সক্ষম শিশুক হাৰাশাস্তি - ইটিভি ভাৰত

31 জুলাইত প্ৰকাশ পাব লগীয়া এন আৰ চিৰ আপত্তি নিষ্পত্তি প্ৰক্ৰিয়াৰ বাবে ৰাজ্যত দ্ৰুতগতিত চলিছে এন আৰ চি ৰ কাম কাজ । পিতৃ-মাতৃৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱাৰ পাচতো পুত্ৰক সন্দেহযুক্ত নাগৰিক সজাই আপত্তি দৰ্শোৱাত হাৰাশাস্তিৰ সন্মুখীন হব লগা হৈছে নগাঁৱৰ কচলুখোৱাৰ আলমগীৰ আহমেদৰ পুত্ৰ ফাৰহান আলম ।

NRC
author img

By

Published : May 10, 2019, 1:16 PM IST

নগাঁও,10 মে' : ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত বংশ বৃক্ষ চিনাক্ত কৰণৰ নামত বিশেষ ভাৱে সক্ষম শিশুক হাৰাশাস্তি ৷ 31 জুলাইত প্ৰকাশ পাব লগীয়া এন আৰ চিৰ আপত্তি নিষ্পত্তি প্ৰক্ৰিয়াৰ বাবে ৰাজ্যত দ্ৰুতগতিত চলিছে এন আৰ চিৰ কাম কাজ ।

এ আৰ চিৰ আপত্তি নিষ্পত্তিৰ নামত বিশেষ ভাৱে সক্ষম শিশুক হাৰাশাস্তি

বিদেশী-স্বদেশী চিনাক্ত কৰণৰ ক্ষেত্ৰত নথি পত্ৰ সমূহ নিৰীক্ষণৰ বাবে ব্যস্ত হৈ পৰিছে এন আৰ চি বিষয়-ববীয়াসকল ৷ নথি পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়াৰ সুবিধা গ্ৰহণ কৰি একাংশ অচিনাক্ত ব্যক্তিয়ে একাংশ ভূমি পুত্ৰক সন্দেহ যুক্ত নাগৰিক অথবা বিদেশী বুলি আপত্তি জনোৱাত হাৰাশাস্তিৰ সন্মুখীন হৈছে বহু লোক । ঠিক তেনে এক ঘটনা সংঘটিত হৈছে নগাঁৱৰ এটা পৰিয়ালৰ । পিতৃ-মাতৃৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱাৰ পাচতো পুত্ৰক সন্দেহযুক্ত নাগৰিক সজাই আপত্তি দৰ্শোৱাত হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হৈছে নগাঁৱৰ কচলুখোৱাৰ আলমগীৰ আহমেদৰ পুত্ৰ ফাৰহান আলম ।

লগতে পঢ়ক : ধ্বংসৰ দিশে নগাঁও জিলাৰ কামপুৰৰ দুখনকৈ বীজ পাম

আনহাতে পিংকুমনি বৰা নামৰ অচিনাকি ব্যক্তিজনে হাৰাশাস্তি দিয়াৰ উদ্দেশ্যে আপত্তি দৰ্শোৱা বুলি কৈ এইদৰে অযথা হাৰাশাস্তি দিয়া কাৰ্যই শুদ্ধ এন আৰ চি এখন প্ৰস্তুত হোৱাত বাধাৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰে পিতৃ আলমগীৰ আহমেদে ।

Intro:এন আৰ চি নামত ভেকোভাওনা। বংশ বৃক্ষ চিনাক্ত কৰণৰ নামত প্ৰতিবন্ধীক হাৰাশাস্তি।

Anchor= ৩১ জুলাইত প্ৰকাশ পাব লগীয়া এন আৰ চি ৰ আপত্তি নিষ্পত্তি প্ৰক্ৰিয়াৰ বাবে ৰাজ্যত দ্ৰুতগতিত চলিছে এন আৰ চি ৰ কাম কাজ। বিদেশী-স্বদেশী চিনাক্ত কৰণৰ ক্ষেত্ৰত নথি পত্ৰ সমূহ নিৰীক্ষণৰ বাবে এন আৰ চি বিষয় ববীয়া সকল ব্যস্ত হৈ পৰাৰ সময়তে একাংশ অচিনাক্ত ব্যক্তিয়ে একাংশ ভূমি পুত্ৰক সন্দেহ যুক্ত নাগৰিক অথবা বিদেশী বুলি আপত্তি জনোৱাত সেইসকল ব্যক্তি হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ পৰিলক্ষিত হৈছে। ঠিক তেনে এক ঘটনা সংঘটিত হৈছে নগাঁৱৰ এটা পৰিয়ালৰ। পিতৃ-মাতৃ নাম এন আৰ চি ত অন্তৰ্ভুক্ত হোৱাৰ পিছতো পুত্ৰক সন্দেহ যুক্ত নাগৰিক সজাই আপত্তি দৰ্শোৱাত এইদৰে হাৰাশাস্তিৰ সন্মুখীন হব লগা হৈছে। হয় , এইজন নগাঁৱৰ কচলুখোৱাৰ আলমগীৰ আহমেদৰ পুত্ৰ প্ৰতিবন্ধী ফাৰহান আলম। মাক-দেউতাকৰ নাম অন্তৰ্ভুক্ত হৈ থকাৰ পিছতো পুত্ৰ প্ৰতিবন্ধী ফাৰহান কেনেকৈ সন্দেহ যুক্ত নাগৰিক হব বুলি ব্যক্ত কৰাৰ লগতে ই এক হাস্যকৰ বিষয় হৈ পৰিছে। আনহাতে পিংকো মনি বৰা নামৰ এজন অচিনাকি ব্যক্তিজনে হাৰাশাস্তি দিয়াৰ উদ্দেশ্যে আপত্তি দৰ্শোৱা বুলি কৈ এন আৰ চি বিষয়টো এটা চিন্তনীয় বিষয় হৈ পৰাৰ লগতে এই দৰে অযথা হাৰাশাস্তি দি শুদ্ধ এন আৰ চি এখন প্ৰস্তুত হোৱাটো সন্দেহ আছে বুলি মন্তব্য কৰে পিতৃ আলমগীৰ আহমেদে।

Body:Byte= পিতৃ।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.