ETV Bharat / state

Assamese youth beaten up: আকাশ হুণ্ডাইত কৰ্মৰত অসমীয়া যুৱকক প্ৰহাৰ অনা অসমীয়া ব্যৱসায়ীৰ

author img

By

Published : Dec 24, 2022, 10:33 AM IST

Updated : Dec 24, 2022, 10:55 AM IST

নগাঁৱৰ আকাশ হুণ্ডাইত অনা অসমীয়া ব্যৱসায়ীৰ গুণ্ডামি (Nagaon Akash Hyundai) ৷ ভাড়াতীয়া গুণ্ডাক লগত লৈ প্ৰহাৰ কৰিলে প্ৰতিষ্ঠানত কৰ্মৰত অসমীয়া যুৱকক ৷ গুৱাহাটীৰ পৰা বাউঞ্চাৰ ভাৰালৈ আনি মাৰপিট প্ৰতিষ্ঠানৰ কৰ্মচাৰীক ৷ নবীন বণিয়া নামৰ কৰ্মচাৰীজনক প্ৰহাৰ ৷

Non-Assamese beatings in business establishments
আকাশ হুণ্ডাইত কৰ্মৰত অসমীয়া যুৱকক প্ৰহাৰ

  • নগাঁৱৰ আকাশ হুণ্ডাইত অনা অসমীয়া ব্যৱসায়ীৰ গুণ্ডামি (Nagaon Akash Hyundai)
  • ভাড়াতীয়া গুণ্ডাক লগত লৈ প্ৰহাৰ কৰিলে প্ৰতিষ্ঠানটোত কৰ্মৰত অসমীয়া যুৱকক (Businessman beats up Assamese youth in Nagaon)
  • গুৱাহাটীৰ পৰা বাউঞ্চাৰ ভাৰালৈ আনি মাৰপিট প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীক (Assamese youth beaten up)
  • প্ৰতিষ্ঠানটোত কৰ্মৰত নবীন বণিয়া নামৰ কৰ্মচাৰীজনক প্ৰহাৰ
  • ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ব্যৱসায়ী প্ৰিয়াংশু শৰ্মাক
  • লগতে আটক কৰিছে বাউঞ্চাৰ নয়ন আৰু সমৰক
  • ধৃত বাউঞ্চাৰ দুটাৰ ঘৰ নলবাৰীত বুলি জানিব পৰা গৈছে

Last Updated : Dec 24, 2022, 10:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.