ETV Bharat / state

পেট্ৰ'ল ভৰ্তি টেংকাৰৰ মাজত মুখামুখি সংঘৰ্ষ - ট্ৰেংকাৰ

জখলাবন্ধাৰ পৰা নগাঁও অভিমুখে আহি থকা এখন পেট্ৰ'ল টেংকাৰত খুন্দা মাৰে গুৱাহাটীৰ পৰা নুমলীগড় অভিমুখে গৈ থকা আন এখন পেট্ৰ'ল টেংকাৰে যাৰ বাবে ৰিলায়েঞ্চ পেট্ৰলিয়ামৰ পেট্ৰল ভৰ্তি টেংকাৰখন বাগৰি পৰে 37 নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত ৷

পেট্ৰ'ল ভৰ্তি ট্ৰেংকাৰৰ মাজত মুখা মুখী সংৰ্ঘষ
author img

By

Published : Aug 9, 2019, 1:55 PM IST

নগাঁও, 09 আগষ্টঃ নগাঁও জিলাৰ অন্তৰ্গত চামগুৰিৰ পহুকটাত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা । ঘটনা অনুসৰি, জখলাবন্ধাৰ পৰা নগাঁও অভিমুখে আহি থকা এখন পেট্ৰ'ল টেংকাৰত খুন্দা মাৰে গুৱাহাটীৰ পৰা নুমলীগড় অভিমুখে গৈ থকা আন এখন পেট্ৰ'ল টেংকাৰে যাৰ বাবে ৰিলায়েঞ্চ পেট্ৰলিয়ামৰ পেট্ৰল ভৰ্তি টেংকাৰখন বাগৰি পৰে 37 নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত । ইফালে দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে টেংকাৰখনৰ পৰা পেট্ৰ'ল নিগৰিবলৈ আৰম্ভ কৰে আৰু হাতে হাতে গেলান লৈ একাংশ স্থানীয় ৰাইজে ভিৰ কৰে ঘটনাস্থলীত ৷ কিন্তু ততাতৈয়াকৈ দুৰ্ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আৰু চামগুৰি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

পেট্ৰ'ল ভৰ্তি ট্ৰেংকাৰৰ মাজত মুখামুখি সংৰ্ঘষ

Intro:চামগুৰিত দুর্ঘটনাত পতিত পেট্ৰল ভৰ্তি টেংকাৰ। টেংকাৰৰ পৰা একাংশই লুটি নিলে পেট্ৰল । Body:চামগুৰিৰ পহুকটাত নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা। দুর্ঘটনাগ্ৰস্ত টেংকাৰৰ পৰা পেট্ৰল নিবলৈ হাতে হাতে গেলান লৈ ভিৰ একাংশ লোকৰ। জখলাবন্ধাৰ পৰা নগাওঁ অভিমুখে আহি থকা এখন পেট্ৰ'ল টেংকাৰত খুন্দা মাৰে গুৱাহাটীৰ পৰা নুমলীগড় অভিমুখে গৈ থকা আন এখন পেট্ৰ'ল টেংকাৰে।দুৰ্ঘটনাত ৰিলায়েঞ্চ পেট্ৰলিয়ামৰ পেট্ৰলভৰ্তি টেংকাৰখন বাগৰি পৰে 37 নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত।লগে লগে টেংকাৰখনৰ পৰা পেট্ৰ'ল নিগৰিবলৈ আৰম্ভ কৰে।সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় বিভীষিকাৰ।ঘটনাস্থলীত ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনী আৰু চামগুৰি আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰন কৰে পৰিস্থিতি।তাৰ মাজতো আকৌ একাংশই মৰণত শৰন দি অব্যাহত ৰাখিলে পেট্ৰ'ল লুটা অভিযান।
Bite:public
-----------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
9-8-19Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.