- চাপৰমুখত ৰে'লত উদ্ধাৰ মৃতদেহ
- ৰঙিয়া এক্সপ্ৰেছৰ পৰা উদ্ধাৰ মৃতদেহ
- মৃত লোকজন বৈঠালাংছ'ৰ পাণবাৰীৰ নবীন মল্লিক বুলি চিনাক্ত
- গৰমৰ বাবে লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ
- গুৱাহাটী অভিমুখী ৰে'লযাত্ৰাত মৃত্যু
- মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে নগাঁৱলৈ
চাপৰমুখত ৰে'লত উদ্ধাৰ মৃতদেহ - recovered
মৃত লোকজন বৈঠালাংছ'ৰ পাণবাৰীৰ নবীন মল্লিক বুলি চিনাক্ত ৷ গৰমৰ বাবে লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ ৷
চাপৰমুখত ৰে'লত উদ্ধাৰ মৃতদেহ
- চাপৰমুখত ৰে'লত উদ্ধাৰ মৃতদেহ
- ৰঙিয়া এক্সপ্ৰেছৰ পৰা উদ্ধাৰ মৃতদেহ
- মৃত লোকজন বৈঠালাংছ'ৰ পাণবাৰীৰ নবীন মল্লিক বুলি চিনাক্ত
- গৰমৰ বাবে লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ
- গুৱাহাটী অভিমুখী ৰে'লযাত্ৰাত মৃত্যু
- মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে নগাঁৱলৈ
Intro:নগাঁৱৰ চাপৰমুখত অঘটন। ৰঙিয়া এক্সপ্ৰেছত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ। লোকজন বৈঠালাংছ' পানবাৰীৰ নবীন মৌলিক (৬০)বুলি চিনাক্ত কৰা হৈছে |প্ৰচণ্ড গৰমৰ বাবেই লোক জনৰ মৃত্যু হোৱা বুলি অাশংকা কৰিছে ৰেল যাত্ৰী সকলে।গুৱাহাটীলৈ গৈ থকা অৱস্থাত মৃত্যু হয় লোকজন। ঘটনাস্থলিত ৰে'ল অাৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষা বাবে নগাঁওলৈ প্ৰেৰণ কৰে ।
Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion: