ETV Bharat / state

ধিঙত নতুন প্ৰজন্মৰ বাবে উৎসৱত পৰিণত ভোটদান প্ৰক্ৰিয়া - নতুন প্ৰজন্ম

ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ধিঙত নতুন প্ৰজন্মৰ ভোটাৰ সকলে শাৰী-পাতি থকা পৰিলক্ষিত হ'ল ৷

ধিঙত নতুন প্ৰজন্মৰ বাবে উৎসৱত পৰিণত ভোটদান প্ৰক্ৰিয়া
author img

By

Published : Apr 11, 2019, 12:03 PM IST

ধিং , 11 এপ্ৰিল : সমগ্ৰ ৰাজ্যত 7 বজাৰ পৰা আৰম্ভ হ'ল 2019 লোকসভা নিৰ্বাচনৰ ভোটদানৰ প্ৰক্ৰিয়া ৷ ধিং সমষ্টিৰ মৈৰাবাৰীৰ নতুন প্ৰজন্মৰ ভোটাৰ সকলে পুৱাৰে পৰা বিভিন্ন ভোট কেন্দ্ৰত শাৰীপাতি ভোট দিবলৈ অপেক্ষা কৰি থকা পৰিলক্ষিত হয় ৷

ধিঙত নতুন প্ৰজন্মৰ বাবে উৎসৱত পৰিণত ভোটদান প্ৰক্ৰিয়া

আজি মৈৰাবাৰীৰ বহু কেইটা ভোট কেন্দ্ৰত নতুন প্ৰজন্মই প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলৈ আহি অত্যন্ত সুখী বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ বহু যুৱ প্ৰজন্মই নিৰ্বাচনক গণতন্ত্ৰৰ উৎসৱ বুলি মন্তব্য কৰি কয় যে, এই উৎসৱত ভাগ লবলৈ প্ৰায় তেওঁলোক যথেষ্ট সুখী ।

Intro:ধিং সমষ্টিৰ মৈৰাবাৰীৰ নতুন প্ৰজন্মৰ ভোটাৰ সকলে ভোটদানটো উতসৱ হিচাবে ধৰি লৈ ভোট দান কৰি আছেBody:ধিং সমষ্টিৰ মৈৰাবাৰীৰ নতুন প্ৰজন্মৰ ভোটাৰ সকলে ভোটদানটো উতসৱ হিচাবে ধৰি লৈ ভোট দান কৰিবলৈ আজি পোৱা পৰা বিভিন্ন ভোট কেন্দ্ৰত কৰিবলৈ শাৰীপাতি থিয় হৈছে। পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা বিভিন্ন ভোট কেন্দ্ৰত শান্তিপূৰ্ণ বাবে ভোটদান প্ৰক্ৰিয়া চলি আছে। আজি মৈৰাবাৰী বহু কেইটা ভোট কেন্দ্ৰত নতুন প্ৰজন্মই প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলৈ আহি অত্যান্ত সুখী-আনন্দ লাভ কৰিছে। কেইবাজনো নতুন ভোটাৰৰ অনুভৱ লৌতে তেওঁলোকে কয় বিহু যেনেকৈ জাতীয় উতসৱ, ঈদ যেনেকৈ মুছলমানৰ সকলৰ উতসৱ ঠিক তেনেকৈ ভাৰতীয় সংবিধানে দিয়া গণতান্ত্ৰিক ভোট প্ৰক্ৰিয়াটো আমি উতসৱ হিচাবে ধৰি পুৱাৰ পৰা আহি ভোটদান সাব্যস্ত কৰিব শাৰী-পাতি থিয় হৈছো। আজি পুৱাৰ পৰা হাজাৰ হাজাৰ ভোটাৰ সকল ভোট কেন্দ্ৰেত আহি ভোট কৰিবলৈ দেখা পুৱা গৈছে ধিং সমষ্টিৰ মৈৰাবাৰীত শান্তিপূৰ্ণ বাবে ভোটনদান চলি আছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.