নগাঁও, 1 ছেপ্তেম্বৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনাই নগাঁৱত মুকলি কৰিলে শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয় কেন্দ্ৰ । নগাঁৱৰ খ্ৰীষ্টিয়ানপট্টিত দেওবাৰে কেন্দ্ৰটো শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক ৰূপক শৰ্মাই । দেওবাৰৰ পৰা মুকলি হোৱা শংকৰদেৱ নেত্ৰালয়ত দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰতিজন লোকে লাভ কৰিব বিনামূলীয়া চকুৰ চিকিৎসা । চকুৰ অস্ত্ৰোপচাৰ পৰ্য্যন্ত বিনামূলীয়াকৈ লাভ কৰিব দৰিদ্ৰ লোকে । বিগত সময়ত শংকৰদেৱ নেত্ৰালয়ৰ জৰিয়তে দুই হাজাৰৰো অধিক লোকে লাভ কৰিছে চকুৰ বিনামূলীয়া অস্ত্ৰোপচাৰ ।
নগাঁৱত মুকলি কৰিলে শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয় কেন্দ্ৰ - দৰিদ্ৰ লোকে লাভ কৰিব বিনামূলীয়া চকুৰ চিকিৎসা
নগাঁৱত নেত্ৰালয় কেন্দ্ৰ মুকলি । দৰিদ্ৰ লোকে লাভ কৰিব বিনামূলীয়া চকুৰ চিকিৎসা
![নগাঁৱত মুকলি কৰিলে শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয় কেন্দ্ৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4308865-thumbnail-3x2-sankardev.jpg?imwidth=3840)
নগাঁও, 1 ছেপ্তেম্বৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনাই নগাঁৱত মুকলি কৰিলে শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয় কেন্দ্ৰ । নগাঁৱৰ খ্ৰীষ্টিয়ানপট্টিত দেওবাৰে কেন্দ্ৰটো শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক ৰূপক শৰ্মাই । দেওবাৰৰ পৰা মুকলি হোৱা শংকৰদেৱ নেত্ৰালয়ত দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰতিজন লোকে লাভ কৰিব বিনামূলীয়া চকুৰ চিকিৎসা । চকুৰ অস্ত্ৰোপচাৰ পৰ্য্যন্ত বিনামূলীয়াকৈ লাভ কৰিব দৰিদ্ৰ লোকে । বিগত সময়ত শংকৰদেৱ নেত্ৰালয়ৰ জৰিয়তে দুই হাজাৰৰো অধিক লোকে লাভ কৰিছে চকুৰ বিনামূলীয়া অস্ত্ৰোপচাৰ ।
Body:মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনাই নগাঁৱত মুকলি কৰিলে শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয় কেন্দ্ৰ। নগাঁৱৰ খ্ৰীষ্টয়ানপট্টিত দেওবাৰে কেন্দ্ৰটো শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক ৰূপক শৰ্মাই। দেওবাৰৰ পৰা মুকলি হোৱা শংকৰদেৱ নেত্ৰালয়ত দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰতিজন লোকে লাভ কৰিব বিনামূলীয়া চকুৰ চিকিৎসা। চকুৰ অস্ত্ৰোপচাৰ পৰ্য্যন্ত বিনামূলীয়াকৈ লাভ কৰিব দৰিদ্ৰ লোকে। বিগত সময়ত শংকৰদেৱ নেত্ৰালয়ৰ জৰিয়তে দুই হাজৰৰো অধিক লোকে লাভ কৰিছে চকুৰ বিনামূলীয়া অস্ত্ৰোপচাৰ।
bite,
-------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১-৯-১৯
Conclusion: