ETV Bharat / state

নৰেন ডেকাক অসম সন্মান বঁটা প্ৰদান - অসম সন্মান বঁটা

আগবঢ়োৱা হৈছে এই বৰ্ষৰ অসম সন্মান বঁটা ৷ নগাঁৱৰ মাজগাঁৱৰ বাসিন্দা নৰেন ডেকাই লাভ কৰিছে এই বঁটা ৷

naren deka got asom sanman award nagaon assam etv bharat news
নৰেন ডেকাক অসম সন্মান বঁটা প্ৰদান
author img

By

Published : Dec 30, 2020, 4:37 PM IST

চামগুৰি,30 ডিচেম্বৰ: বছৰৰ শেষত নগাঁৱবাসীৰ আহিছে বাবে এক ভাল খবৰ ৷ অসমৰ ভাষা-সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰখনৰ বিকাশৰ নিমিত্তে গঠন হৈছিল সেৱা মঞ্চ অসম নামৰ সংগঠনটো ৷ সংগঠনটোৱে প্ৰতিবছৰে ভিন্ন ক্ষেত্ৰৰ একোগৰাকী ব্যক্তিক প্ৰদান কৰি আহিছে অসম সন্মান বঁটা ৷ সেই অনুসৰি এই বৰ্ষৰ অসম সন্মান বঁটা আগবঢ়োৱা হৈছে নগাঁও জিলাৰ মাজগাঁৱৰ বাসিন্দা নৰেন ডেকালৈ ৷ বিশিষ্ট শিক্ষাবিদ-সমাজসেৱক হিচাপে পৰিচিত নৰেন ডেকাই এই বঁটা লাভ কৰাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ নগাঁৱবাসী ৷

নৰেন ডেকাক অসম সন্মান বঁটা প্ৰদান

লগতে চাওকঃ সত্যৰঞ্জন বৰাক উভতি ধৰিলে মুক্তাৰ হুছেইন খানে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.