ETV Bharat / state

নগাঁও ৰেণেছাঁ মহাবিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ

author img

By

Published : Apr 21, 2020, 4:19 PM IST

Updated : Apr 23, 2020, 7:22 PM IST

ছাত্ৰ ছাত্ৰীক ৰেহাই দিলে এমাহৰ মাচুল।

nagoan-renaissance-privet-collage-free-fees-student-principal-partha-jit-boruah
কৃষকসকলক পুনঃপ্ৰতিশ্ৰুতিৰ প্ৰয়োজন : এম.এছ স্বামীনাথন

নগাঁও 21 এপ্ৰিল:নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰেণেছাঁ মহাবিদ্যালয় আৰু ৰেণেছাঁ কণিষ্ঠ মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীক সকাহ দিয়াৰ উদ্দেশ্য গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ। দেশজুৰি চলি থকা লক ডাউনৰ ফলত আৰ্থিক অনাটনে দেখা দিছে বহু পৰিয়ালত পানীত হাঁহ নচৰা এক অৱস্থাৰ সৃষ্টি হৈছে বহু দৰিদ্ৰ পৰিয়ালৰ।

নগাঁও ৰেণেছাঁ মহাবিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ

প্ৰতিভাসম্পন্ন বহু দৰিদ্ৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা শিক্ষা প্ৰতিষ্ঠানখনে চলিত এপ্ৰিল মাহৰ মাহেকীয়া মাচুল ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই। ই টি ভি ভাৰতক এই কথা অৱগত কৰে শিক্ষা প্ৰতিষ্ঠানটোৰ অধ্যক্ষ পাৰ্থজিৎ বৰুৱাই।

লগতে পঢক ঃ কৃষকসকলক পুনঃপ্ৰতিশ্ৰুতিৰ প্ৰয়োজন : এম.এছ স্বামীনাথন

Last Updated : Apr 23, 2020, 7:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.