ETV Bharat / state

নগাঁৱত চুৰিকাৰ্যৰ অভিনৱ কৌশল - Nagaon Renaissance college

চোৰ কৰিবৰ বাবে চোৰে গ্ৰহন কৰিছে নতুন কৌশল ৷ সাধাৰণ আৰোহীৰ দৰে টেম্পোত আহি নামি নগাঁৱৰ ৰেনেছা কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা দিন দুপৰতে চুৰি কৰি নিয়ে এখন চাইকেল ৷

Nagaon College bicycle theft
নগাঁৱত চুৰিকাৰ্যৰ অভিনৱ কৌশল
author img

By

Published : Dec 1, 2019, 10:22 AM IST

নগাঁও, 1 ডিচেম্বৰঃ বাসগৃহ বা ব্যৱসায়িক প্ৰতিষ্ঠান নহয়, এইবাৰ চোৰৰ লক্ষ্য হৈ পৰিছে বিদ্যালয় মহাবিদ্যালয় ৷ চোৰ কৰিবৰ বাবে চোৰে গ্ৰহন কৰিছে নতুন কৌশল ৷ সাধাৰণ আৰোহীৰ দৰে টেম্প’ত আহি নামি চুৰিকাৰ্য ধূৰ্ত চোৰৰ ৷ শনিবাৰে নগাঁৱৰ ৰেনেছা কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা দিন দুপৰতে এনে কৌশলৰেই চোৰে চুৰি কৰি নিয়ে এখন চাইকেল ৷ মহাবিদ্যালয়ৰ চি চি টিভি কেমেৰাত আৱদ্ধ হয় চুৰিকাৰ্যৰ সমগ্ৰ দৃশ্য ৷

নগাঁৱ ৰেনেছা কনিষ্ঠ মহাবিদ্যালয়ত চুৰিকাৰ্য

Intro:নগাঁৱৰ কণিষ্ঠ মহাবিদ্যালয় চৌহদৰ পৰাই চোৰে নিলে চাইকেল। চি চি কেমেৰাত বন্দী চাইকেল চুৰিৰ live দৃশ্য। Body:নগাঁৱত এইবাৰ চোৰৰ টাৰ্গেট হৈ পৰিছে বিদ্যালয়-মহাবিদ্যালয়।চোৰ কৰিবৰ বাবে চোৰে গ্ৰহন কৰিছে নতুন কৌশল।সাধাৰণ আৰোহীৰ দৰে টেম্পুত আহি নামি চোৰ কৰে ধূৰ্ত চোৰে।শনিবাৰে নগাঁৱৰ ৰেনেছা কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা দিন দুপৰতে এনে কৌশলৰেই চোৰে চুৰি কৰি নিয়ে এখন চাইকেল।অৱশ্যে মহাবিদ্যালয়খন চি চি টিভিৰ কেমেৰাত আৱদ্ধ হৈ ৰয় চোৰৰ সকলো কৌশল।চি চি কেমেৰাৰ আৱদ্ধ হোৱামতে চোৰে এখন টেম্পূৰ পৰা পৰা নামি মহাবিদ্যালয়খনৰ এখন সৰু গেটেদি সোমাই চাইকেল চুৰি কৰি নিয়ে । চি চি টিভিৰ ফুটেজ চাই চোৰৰ এটা দল থকা আৰু তেওঁলোকৰ এজনে পহৰা দি থকা বুলি ধাৰণা কৰা হৈছে। মহাবিদ্যালয়খনৰ বাহিৰৰ কেমেৰাকেইটাৰ এটা পঞ্চম মহলাত থকাৰ বাবে চোৰ উঠি অহা বাহনখনৰ দৃশ্যও বন্দী হল কেমেৰাত।
-----------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
30-11-19Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.