ETV Bharat / state

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল নগাঁৱৰ যুৱক - BIDYUT BORA

ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা নগাঁৱৰ বিদ্যুৎ বৰাক উষ্ম আদৰণি বিভিন্ন দল সংগঠনৰ

ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজলিল নগাঁৱৰ যুৱক
author img

By

Published : Apr 10, 2019, 1:45 PM IST

নগাওঁ, 10 এপ্ৰিলঃ ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি প্ৰথম স্থান দখলেৰে নগাঁও জিলাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁৱৰ পশ্চিম জলাহৰ বিদ্যুৎ বৰাই । পশ্চিমবংগৰ হাওৰাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ 120 কিলোগ্ৰাম শাখাত অংশগ্ৰহণ কৰি চেম্পিয়নশ্বিপৰ খিতাপ অর্জন কৰে বিদ্যুৎ বৰাই । জলাহ গাঁৱৰ মুকুন্দ চন্দ্ৰ বৰা আৰু দুলুমণি বৰাৰ সন্তান বিদ্যুৎ বৰাই প্ৰথমে জিলা পৰ্যায়ত আৰু পৰৱৰ্তী সময়ত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থান দখল কৰিবলৈ সক্ষম হৈছিল। বিদ্যুৎ বৰাৰ এই সফলতা আৰু জিলাখনলৈ কঢ়িয়াই অনা গৌৰৱৰ বাবে বিদ্যুৎ বৰাক সম্বৰ্ধনা জ্ঞাপন কৰে বিভিন্ন দল সংগঠনে। সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ লগতে বহুকেইটা দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যুৎ বৰাক ।

Intro:ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজলিল নগাঁৱৰ যুৱক। ৰাষ্ট্রীয় শক্তি উত্তোলন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা নগাঁৱৰ বিদ্যুৎ বৰাক উষ্ম আদৰণি বিভিন্ন দল সংগঠনৰ।

Body:ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি প্ৰথম স্থান দখলেৰে নগাওঁ জিলাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে নগাঁৱৰ পশ্চিম জলাহৰ বিদ্যুৎ বৰাই। পশ্চিমবংগৰ হাওৰাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ ১২০ কিলোগ্ৰাম শাখাত অংশগ্ৰহণ কৰি চেম্পিয়নশ্বিপৰ খিতাপ অর্জন কৰে বিদ্যুৎ বৰাই। জলাহ গাঁৱৰ মুকুন্দ চন্দ্ৰ বৰা আৰু দুলুমণি বৰাৰ সন্তান বিদ্যুৎ বৰাই প্ৰথমে জিলা পৰ্য্যায়ত আৰু পৰৱৰ্তী সময়ত ৰাজ্যিক পৰ্য্যায়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থান দখল কৰিবলৈ সক্ষম হৈছিল। বিদ্যুৎ বৰাৰ এই সফলতা আৰু জিলাখনলৈ কঢ়িয়াই অনা গৌৰৱৰ বাবে বিদ্যুৎ বৰাক সম্বৰ্ধনা জ্ঞাপন কৰে বিভিন্ন দল সংগঠনে। সদৌ অসম ছাত্ৰ সন্থাৰ নগাওঁ জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিৰ লগতে বহু দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যুৎ বৰাক।
bite,
--------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১০-৪-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.