ETV Bharat / state

কলিয়াবৰত বৃহৎ ৰেলীৰে শক্তি প্ৰদৰ্শন কৰিলে মণি মাধৱ মহন্তই - কলিয়াবৰ লোকসভা সমষ্টি

সোমবাৰে নগাওঁ উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিলে কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী মণি মাধৱ মহন্তই

কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ মনোনয়ন দাখিল
author img

By

Published : Mar 25, 2019, 10:10 PM IST

মনোনয়ন দাখিল কৰাৰ সময়ত মণি মাধৱ মহন্তক সংগ দিয়ে অগপ সভাপতি অতুল বৰা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে কেশৱ মহন্ত আৰু বিধায়িকা আঙুৰলতা ডেকাই । চাওক সবিশেষ এই প্ৰতিবেদনত...

কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ মনোনয়ন দাখিল

মনোনয়ন দাখিল কৰাৰ সময়ত মণি মাধৱ মহন্তক সংগ দিয়ে অগপ সভাপতি অতুল বৰা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে কেশৱ মহন্ত আৰু বিধায়িকা আঙুৰলতা ডেকাই । চাওক সবিশেষ এই প্ৰতিবেদনত...

কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ মনোনয়ন দাখিল
Intro:নগাঁৱত মনোনয়ন দাখিল কলিয়াবৰ লোকসভাৰ অগপ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ। মনোনয়নৰ সময়ত মণি মাধৱক সংগ দিয়ে অগপ সভাপতি অতুল বৰা বিজেপি সভাপতি ৰঞ্জিত দাস ৰ লগতে কেশৱ মহন্ত, আঙুৰলতা ডেকাই। মনোনয়ন দাখিল কৰিয়েই মণি মাধৱৰ মন্তব্য। তৰুণ গগৈৰ গাত বলদেশীৰ তেজ আছে। কংগ্ৰেছ এ আই ইউ ডি এফ দুয়োটাই বিদেশীৰ ৰক্ষক।


Body:বৃহৎ সংখ্যক সমৰ্থকৰ লগতে অগপ বিজেপিৰ বহু জ্যেষ্ঠ নেতাৰ উপস্থিতিত সোমবাৰে নগাওঁ উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী মণি মাধৱ মহন্তই। নগাওঁ জিলা অগপ কাৰ্য্যালয়ৰ পৰাই সমদলেৰে উপায়ুক্ত কাৰ্য্যালত উপস্থিত হয় মণি মাধৱ মহন্ত। মনোনয়ন দাখিল কৰিয়েই অগপ বিজেপিৰ মিত্ৰজোটৰ প্ৰাৰ্থী মণি মাধৱৰ মন্তব্য। সংখ্যালঘু ৰাইজেও এতিয়া কংগ্রেছক পৰিত্যাগ কৰিছে। যাৰ বাবে এতিয়া দিকবিদিক হেৰুৱাইছে কংগ্ৰেছে। কলিয়াবৰত অগপৰ কোনো প্ৰত্যাহ্বান নাই বুলি মন্তব্য কৰি মণি মাধৱ মহন্তই কয় - গৌৰৱ গগৈয়ে সংসদত আমেথিৰ কথাহে কয় কলিয়াবৰৰ বিষয়ে মাত নামাতে। তৰুণ গগৈৰ গাঁত বাংলাদেশীৰ তেজ থকা বুলি মন্তব্য কৰে মণি মাধৱ মহন্তই।
bite. মণি মাধৱ।
vo. বিগত সময়ত মতা মাছ মাইকী মাছৰ কথা কোৱা কংগ্ৰেছ প্ৰাৰ্থী তথা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈক এইবাৰ কলিয়াবৰৰ পৰা বিদায় দি মাছৰ গৱেষণাৰ বাবে পঠিওৱা হব বুলি মন্তব্য বিধায়িকা আঙুৰলতা ডেকাৰ। লগতে এইবাৰ কংগ্ৰেছ এ আই ইউ ডি এফ ৰ গোপন মিত্ৰতা পোহৰলৈ আহিছে বুলিও মন্তব্য কৰে আঙুৰলতাই।
bite. আঙুৰলতা
---------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৫-৩-১৯


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.