নগাঁও, 8 চেপ্তেম্বৰঃ অসমত খিলঞ্জীয়াই ক্ৰমান্বয়ে হেৰুৱাইছে সকলো অধিকাৰ । খিলঞ্জীয়া মঞ্চ নগাঁও জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত আলোচনা সভাত এই অভিযোগ প্ৰাক্তন আলফা নেতা তথা খিলঞ্জীয়া মঞ্চ অসমৰ সদস্য সচিব মৃণাল হাজৰিকাৰ । দেওবাৰে নগাঁও প্ৰেছ ক্লাৱত খিলঞ্জীয়া মঞ্চৰ উদ্যোগত সুধাকণ্ঠ ড0 ভূপেন হাজৰিকাৰ জন্ম দিৱস উদযাপনৰ লগতে সকলো জাতীয়-জনগোষ্ঠীয় সংগঠনৰ এখন আলোচনা সভা অনুষ্ঠিত কৰে ৷ সভাত অসম চুক্তিৰ ৬ নং দফাৰ ওপৰত আলোচনা কৰে । সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন আলফা নেতা মৃণাল হাজৰিকাই সদ্য প্ৰকাশিত NRC সন্দৰ্ভতো মন্তব্য কৰে । NRC ৰ চূড়ান্ত তালিকাত বহু বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে স্বদেশীৰ নাম বাদ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে মৃণাল হাজৰিকাই । NRC ৰ পৰা বাদ পৰা খিলঞ্জীয়া লোকক বিদেশী ন্যায়ধিকৰণৰ বিপৰীতে চৰকাৰীভাবে NRC ত নাম অন্তৰ্ভুক্তিৰ দাবী জনায় ।
অসমত খিলঞ্জীয়াই সকলো অধিকাৰ হেৰুৱাইছেঃ মৃণাল হাজৰিকা - প্ৰাক্তন আলফা নেতা তথা খিলঞ্জীয়া মঞ্চ অসমৰ সদস্য সচিব মৃণাল হাজৰিকাৰ
NRCত অন্তৰ্ভুক্ত হৈছে বিদেশী নাম বাদ পৰিছে খিলঞ্জীয়া । নগাঁৱত খিলঞ্জীয়া মঞ্চ অসমৰ আলোচনা সভাত উপস্থিত প্ৰাক্তন আলফা নেতা মৃণাল হাজৰিকা।
নগাঁও, 8 চেপ্তেম্বৰঃ অসমত খিলঞ্জীয়াই ক্ৰমান্বয়ে হেৰুৱাইছে সকলো অধিকাৰ । খিলঞ্জীয়া মঞ্চ নগাঁও জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত আলোচনা সভাত এই অভিযোগ প্ৰাক্তন আলফা নেতা তথা খিলঞ্জীয়া মঞ্চ অসমৰ সদস্য সচিব মৃণাল হাজৰিকাৰ । দেওবাৰে নগাঁও প্ৰেছ ক্লাৱত খিলঞ্জীয়া মঞ্চৰ উদ্যোগত সুধাকণ্ঠ ড0 ভূপেন হাজৰিকাৰ জন্ম দিৱস উদযাপনৰ লগতে সকলো জাতীয়-জনগোষ্ঠীয় সংগঠনৰ এখন আলোচনা সভা অনুষ্ঠিত কৰে ৷ সভাত অসম চুক্তিৰ ৬ নং দফাৰ ওপৰত আলোচনা কৰে । সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন আলফা নেতা মৃণাল হাজৰিকাই সদ্য প্ৰকাশিত NRC সন্দৰ্ভতো মন্তব্য কৰে । NRC ৰ চূড়ান্ত তালিকাত বহু বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে স্বদেশীৰ নাম বাদ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে মৃণাল হাজৰিকাই । NRC ৰ পৰা বাদ পৰা খিলঞ্জীয়া লোকক বিদেশী ন্যায়ধিকৰণৰ বিপৰীতে চৰকাৰীভাবে NRC ত নাম অন্তৰ্ভুক্তিৰ দাবী জনায় ।
Body:অসমত খিলঞ্জীয়াই ক্ৰমান্বয়ে হেৰুৱাইছে সকলো অধিকাৰ। খিলঞ্জীয়া মঞ্চ অসমৰ নগাওঁ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত আলোচনা সভাত এই অভিযোগ প্ৰাক্তন আলফা নেতা তথা খিলঞ্জীয়া মঞ্চ অসমৰ সদস্য সচিব মৃণাল হাজৰিকাৰ। দেওবাৰে নগাওঁ প্ৰেছ ক্লাৱত খিলঞ্জীয়া মঞ্চৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম দিন উদযাপনৰ লগতে সকলো জাতীয় জনগোষ্ঠীয় সংগঠনৰ এখনি আলোচনা সভাত অসম চুক্তিৰ ৬ নং দফাৰ ওপৰত আলোচনা কৰে। সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন আলফা নেতা মৃণাল হাজৰিকাই সদ্য প্ৰকাশিত এন আৰ চি সন্ধৰ্ভতো কৰে মন্তব্য। এন আৰ চি ৰ চূড়ান্ত তালিকাত বহু বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে স্বদেশী ৰ নাম বাদ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে মৃণাল হাজৰিকাই। এন আৰ চি ৰ পৰা বাদ পৰা খিলঞ্জীয়া লোকক বিদেশী ন্যায়ধিকৰণ ৰ বিপৰীতে চৰকাৰী ভাবে এন আৰ চি ত নাম অন্তৰ্ভুক্তি ৰ দাবী জনায়।
bite,
--------------------------------------------------------//
ৰকিবুল ওৱাহিদ, নগাওঁ
৮-৯-১৯
Conclusion: