ETV Bharat / state

সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ তদন্তৰ দাবীত নগাঁও ইলেকট্ৰনিক মিডিয়াৰ প্ৰতিবাদ

author img

By

Published : Nov 13, 2020, 5:48 PM IST

কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ হত্যকাণ্ডৰ উচিত তদন্তৰ দাবী জনায় নগাঁও ইলেকট্ৰনিক মিডিয়া এছ'চিয়েশ্যনে সাব্যস্ত কৰে প্ৰতিবাদ। নগাঁও ইলেকট্ৰনিক মিডিয়া কাৰ্য্যালয়ত ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে নগাঁও ইলেকট্ৰনিক মিডিয়াৰ সাংবাদিকসকলে ।

nagaon-journalists-protest-for-justice-of-parag-bhuyan
সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ তদন্তৰ দাবীত নগাঁও ইলেকট্ৰনিক মিডিয়াৰ প্ৰতিবাদ

নগাঁও, 13 নৱেম্বৰ : কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ হত্যকাণ্ডৰ উচিত তদন্তৰ দাবী জনায় নগাঁও ইলেকট্ৰনিক মিডিয়া এছ'চিয়েশ্যনে সাব্যস্ত কৰে প্ৰতিবাদ। নগাঁও ইলেকট্ৰনিক মিডিয়াৰ কাৰ্য্যালয়ত ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে নগাঁও ইলেকট্ৰনিক মিডিয়াৰ সাংবাদিকসকলে । লগতে প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰে। পৰাগ ভূঞাৰ হত্যাকাণ্ডক গৰিহণা দি ইয়াৰ এক উচিত তদন্তৰ দাবী জনায় নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক তথা নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকাই। প্ৰতিবাদী কাৰ্য্যসূচীত নগাঁও জিলা ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়েও সহযোগিতা কৰে ।
লগতে পঢ়ক: ডিব্ৰুগড়ৰ এশ বছৰ পূৰণি এখন মাটিৰ চাকিৰ বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.