নগাঁও, 17 আগষ্টঃ ফেচবুকত পাকিস্তান সমৰ্থিত পোষ্ট শ্বেয়াৰ চামুগুৰিৰ এজন লোকৰ । নগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে পাকিস্তানৰ সমৰ্থনত ফেচবুকত পষ্ট দি ৰঙাঘৰৰ আলহী হৈছিল চামুগুৰিৰ হাচেন আলী নামৰ যুৱকজন ৷ তাৰ পাচতে পুনৰ চামগুৰিৰ যুৱকে ফেচকবুকত শ্বেয়াৰ কৰিলে পাকিস্তান সমৰ্থিত পোষ্ট । পাকিস্তানী সেনাৰ সমৰ্থনত এটা পোষ্ট শ্বেয়াৰ কৰি পুনৰ বিতৰ্কৰ সৃষ্টি কৰিলে চামগুৰিৰ কাঠপৰাৰ ফখৰ উদ্দিন নামৰ লোকজনে ৷ আনহাতে, ছোচিয়েল মিডিয়া মনিটৰিঙ চেলক নিৰ্দেশ দিয়া হৈছে বিষয়টোৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবলৈ । প্ৰতিবেদনৰ ভিত্তিতে নগাঁও আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে ।
ছ'চিয়েল মিডিয়াত পাকিস্তান সেনাক সমৰ্থন নগাঁৱৰ যুৱকৰ ৷ আৰক্ষীয়ে ৰুজু কৰিব নিজাববীয়া গোচৰ - samuguri
পুনৰ চামগুৰিৰ যুৱকে ফেচকবুকত শ্বেয়াৰ কৰিলে পাকিস্তান সমৰ্থিত পোষ্ট । পাকিস্তানী সেনাৰ সমৰ্থনত এটা পোষ্ট শ্বেয়াৰ কৰি পুনৰ বিতৰ্কৰ সৃষ্টি কৰিলে চামগুৰিৰ কাঠপৰাৰ ফখৰ উদ্দিন নামৰ লোকজনে
নগাঁও, 17 আগষ্টঃ ফেচবুকত পাকিস্তান সমৰ্থিত পোষ্ট শ্বেয়াৰ চামুগুৰিৰ এজন লোকৰ । নগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে পাকিস্তানৰ সমৰ্থনত ফেচবুকত পষ্ট দি ৰঙাঘৰৰ আলহী হৈছিল চামুগুৰিৰ হাচেন আলী নামৰ যুৱকজন ৷ তাৰ পাচতে পুনৰ চামগুৰিৰ যুৱকে ফেচকবুকত শ্বেয়াৰ কৰিলে পাকিস্তান সমৰ্থিত পোষ্ট । পাকিস্তানী সেনাৰ সমৰ্থনত এটা পোষ্ট শ্বেয়াৰ কৰি পুনৰ বিতৰ্কৰ সৃষ্টি কৰিলে চামগুৰিৰ কাঠপৰাৰ ফখৰ উদ্দিন নামৰ লোকজনে ৷ আনহাতে, ছোচিয়েল মিডিয়া মনিটৰিঙ চেলক নিৰ্দেশ দিয়া হৈছে বিষয়টোৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবলৈ । প্ৰতিবেদনৰ ভিত্তিতে নগাঁও আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে ।
Body:মাত্ৰ কেইটামান দিন পূৰ্বে পাকিস্তানৰ সমৰ্থনত ফেচবুকত পষ্ট দি চামুগুৰিৰ হাচেন আলী নামৰ এজন যুৱক ৰঙাঘৰৰ আলহী হোৱাৰ পিছত পুনৰ চামগুৰিৰ যুৱকে ফেচকবুকত শ্বেয়াৰ কৰিলে পাকিস্তান সমৰ্থিত পষ্ট। পাকিস্তানী সেনাৰ সমৰ্থনত এটা পষ্ট শ্বেয়াৰ কৰি পুনৰ বিতৰ্কৰ সৃষ্টি কৰিলে ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিৰ লোকজনে। চামগুৰিৰ কাঠপৰাৰ ফখৰ উদ্দিন নামৰ লোকজনে ফেচবুকত শ্বেয়াৰ কৰিলে পাকিস্তান সমৰ্থিত পষ্ট। এই পষ্ট শ্বেয়াৰ কৰাৰ পিছতেই তৎপৰ হৈ পৰিছে নগাওঁ আৰক্ষী। নগাওঁ জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিৰ নেতৃত্বত আৰম্ভ হৈছে তদন্ত। ইতিমধ্যে ছোচিয়েল মিডিয়া মনিটৰিঙ চেলক নিৰ্দেশ দিয়া হৈছে বিষয়টোৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবলৈ। এই প্ৰতিবেদনৰ ভিত্তিত নগাওঁ আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে।
bite- sp
-----------------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৭-৮-১৯
Conclusion: