ETV Bharat / state

নগাঁৱৰ ধিঙত চোৰাং-চিকাৰীৰ কবলৰ পৰা উদ্ধাৰ বহু সংখ্যক পৰিভ্ৰমী চৰাই - ধিং সমষ্টি

ধিং সমষ্টিৰ ধিং গাঁৱত বন বিভাগৰ অভিযানত চোৰাং-চিকাৰীৰ কবলৰ পৰা উদ্ধাৰ বহু সংখ্যক বনৰীয়া পৰিভ্ৰমী চৰাই ৷

Nagaon ELEGAL WILD BIRDS RECOVERED from poacher
নগাঁৱৰ ধিঙত চোৰাং-চিকাৰীৰ কবলৰ পৰা উদ্ধাৰ বহু সংখ্যক পৰিভ্ৰমী চৰাই
author img

By

Published : Dec 3, 2019, 3:26 AM IST

Updated : Dec 3, 2019, 7:46 AM IST

নগাঁও, 3 ডিচেম্বৰ: নগাঁও জিলা বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ ধিং সমষ্টিৰ ধিং গাঁৱত বন বিভাগৰ অভিযান। বনবিভাগৰ অভিযানত জব্দ সোতৰটাকৈ বনৰীয়া চৰাই। এক গোপন খবৰৰ ভিত্তিত সোমবাৰে অতৰ্কিতে বন বিভাগে চলোৱা অভিযানত ধিংগাঁৱৰ পৰা সোতৰটাকৈ কাম চৰাই উদ্ধাৰ কৰাৰ লগতে চিকাৰীয়ে পক্ষী নিধনৰ বাবে ব্যৱহৃত সা- সামগ্ৰী জব্দ কৰে ৷ কিন্তু বন বিভাগে চলোৱা অভিযানৰ খবৰ পাই পক্ষী নিধনৰ লগত জড়িত চোৰাং চিকাৰীকেইজন পলাই যাবলৈ সক্ষম হয় । উল্লেখ্য যে, স্থানীয় ৰাইজেও সহযোগ কৰে বন বিভাগৰ এই অভিযানত ।

নগাঁৱৰ ধিঙত চোৰাং-চিকাৰীৰ কবলৰ পৰা উদ্ধাৰ বহু সংখ্যক পৰিভ্ৰমী চৰাই

শীতৰ আগমণৰ লগে লগে বিশেষকৈ অক্টোবৰৰ পৰা মাৰ্চ মাহ পৰ্যন্ত নগাঁও জিলা উত্তৰ-পশ্চিম প্ৰান্তৰ জলাশয় বোৰত নানা প্ৰজাতিৰ দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ আগমণ ঘটে ৷ কিন্তু এই পৰিভ্ৰমী পক্ষীৰ আগমণৰ লগে লগেই এচাম দুষ্ট চক্ৰই পক্ষীৰ চোৰাং চিকাৰৰ বাবে সক্ৰিয় হৈ পৰে আৰু বিভিন্ন কৌশলেৰে পক্ষীবোৰ নিধন কৰি বেহা চলাই আহিছে ৷

লগতে পঢ়ক:ৰাজ্যজুৰি উদযাপন "অসম দিৱস"

Intro:ধিং সমষ্টিৰ ধিং গাঁৱত বন বিভাগৰ অভিযানত জব্দ বহু পৰিমানৰ বনৰীয়া চৰাই ।
Body:নগাঁও জিলা বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ ধিং সমষ্টিৰ ধিং গাঁৱত বন বিভাগৰ অভিযান ।অভিযানত জব্দ সোতৰটাকৈ বনৰীয়া চৰাই । শীতৰ আগমনৰ লগে লগে বিশেষকৈ অক্টোবৰৰ পৰা মাৰ্চ মাহ পৰ্যন্ত নগাঁও জিলা উত্তৰ - পশ্চিম প্ৰান্তৰ জলাশয় বোৰত নানা প্ৰজাতিৰ দেশী বিদেশী পৰিভ্রমী পক্ষীৰ আগমনে এক নান্দনিক পৰিবেশৰ সৃষ্টি হয়৷ কিন্তু এই পৰিভ্ৰমী পক্ষীৰ আগমনৰ লগে লগেই এচাম দুষ্ট চক্ৰই পক্ষীৰ চোৰাং চিকাৰৰ বাবে সক্ৰীয় হৈ পৰে, আৰু নানা কৌশলেৰে পক্ষীবোৰ নিধন কৰি ইয়াৰ ৰমৰমীয়া বেহা চলাই আহিছে । সেইহে এক গোপন খবৰৰ ভিত্তিত সোমবাৰে অতৰ্কিতে বন বিভাগে চলোৱা অভিযানত ধিংগাঁৱৰ পৰা সোতৰটাকৈ কাম চৰাই আৰু চিকাৰীয়ে পক্ষী নিধনৰ বাবে ব্যৱহাৰ কৰা সা- সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বন বিভাগে চলোৱা অভিযানৰ খৱৰ পাই অসাধু ব্যৱসায়ী পলাই যাবলৈ সক্ষম হয়। বন বিভাগৰ এই অভিযানৰ সময়চোৱাত স্থানীয় ৰাইজে সহযোগ কৰে।______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।

Conclusion:
Last Updated : Dec 3, 2019, 7:46 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.