নগাঁও,19চেপ্তেম্বৰ : বৃহস্পতিবাৰে নগাঁৱৰ কদমতলত সংঘটিত হয় ভয়ংকৰ ঘটনা ৷ ৰেলৰ চেপাত মৃত্যু হয় এগৰাকী মানসিক বিকাৰগ্ৰস্ত লোকৰ ৷ লোকজন নগাঁৱৰ চকীটুপৰ আব্দুল ৰশ্বিদ ৷ শিলঘাটৰ পৰা গুৱাহাটী অভিমুখী গৈ থকা ৰেলৰ চেপাত লোকজনৰ মৃত্যু হয় ৷ তথ্য অনুসৰি,আব্দুল ৰশ্বিদ দীৰ্ঘদিনৰ পৰাই মানসিক ৰোগত আক্ৰান্ত হৈ আছিল ৷
নগাঁৱত ৰেলৰ চেপাত এজনৰ মৃত্যু - train accident
শিলঘাট-গুৱাহাটী অভিমুখী ৰেলৰ চেপাত নগাঁৱত মৃত্যু হয় আব্দুল ৰশ্বিদ নামৰ এজন লোকৰ
নগাঁৱত ৰেলৰ চেপাত এজনৰ মৃত্যু
নগাঁও,19চেপ্তেম্বৰ : বৃহস্পতিবাৰে নগাঁৱৰ কদমতলত সংঘটিত হয় ভয়ংকৰ ঘটনা ৷ ৰেলৰ চেপাত মৃত্যু হয় এগৰাকী মানসিক বিকাৰগ্ৰস্ত লোকৰ ৷ লোকজন নগাঁৱৰ চকীটুপৰ আব্দুল ৰশ্বিদ ৷ শিলঘাটৰ পৰা গুৱাহাটী অভিমুখী গৈ থকা ৰেলৰ চেপাত লোকজনৰ মৃত্যু হয় ৷ তথ্য অনুসৰি,আব্দুল ৰশ্বিদ দীৰ্ঘদিনৰ পৰাই মানসিক ৰোগত আক্ৰান্ত হৈ আছিল ৷
Intro:নগাঁৱত ৰেলৰ চেপাত এজনৰ মৃত্যু।
Body:বৃহস্পতিবাৰে পুৱাই নগাঁৱৰ কদমতলত সংঘটিত হয় অঘটন। ৰেলৰ চেপাত এগৰাকী মানসিক বিকাৰগ্ৰস্ত লোকৰ মৃত্যু হয় ৰেলৰ চেপাত। লোকজন নগাওঁ চকীটুপৰ আব্দুল ৰশ্বিদ। পুৱাই শিলঘাট গুৱাহাটী অভিমুখী ৰেলৰ চেপাত লোকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা কৰা হৈছে। আব্দুল ৰশ্বিদ দীৰ্ঘদিনৰ পৰাই মানসিক ৰোগত আক্ৰান্ত হৈ আছিল।
bite.
-----------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৯-৯-১৯
Conclusion: