নগাঁও,৯জুলাই : মঙলবাৰে নগাঁৱৰ বাইপাছত সংঘটিত হয় এক হৃদয়বিদাৰক ঘটনা । পুৱাই বাইপাছৰ পথৰ দাঁতিত উদ্ধাৰ হয় দুটি কণমানি। স্থানীয় লোকে পথৰ দাঁতিত অসহায় অৱস্থাত প্ৰত্যক্ষ কৰে শিশু দুটিক। কোনো হৃদয়হীন পিতৃয়ে দুই কণমানিক পথৰ দাঁতিত এৰি যোৱাৰ সন্দেহ স্থানীয় লোকৰ । কণমানি দুটাই স্পষ্টকৈ নিজৰ পৰিচয় দিব পৰা নাই যদিও কণমানি দুটাৰ ঘৰ বাগৰিত বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। পথৰ দাঁতিত উদ্ধাৰ হোৱা কণমানি দুটিক স্থানীয় লোকে খাদ্য যোগান ধৰি চাইল্ড লাইনক গতাই দিয়ে ।
পথৰ দাঁতিত কোনে এৰি থৈ গ'ল দুটি সন্তানক? - হৃদয়বিদাৰক
নগাঁৱৰ বাইপাছত উদ্ধাৰ দুটি কণমানি। স্থানীয় লোকে কণমানি দুটাক উদ্ধাৰ কৰি চাইল্ড লাইনক গতাই দিয়ে ।
নগাঁৱৰ বাইপাছত উদ্ধাৰ দুটি কণমানি
নগাঁও,৯জুলাই : মঙলবাৰে নগাঁৱৰ বাইপাছত সংঘটিত হয় এক হৃদয়বিদাৰক ঘটনা । পুৱাই বাইপাছৰ পথৰ দাঁতিত উদ্ধাৰ হয় দুটি কণমানি। স্থানীয় লোকে পথৰ দাঁতিত অসহায় অৱস্থাত প্ৰত্যক্ষ কৰে শিশু দুটিক। কোনো হৃদয়হীন পিতৃয়ে দুই কণমানিক পথৰ দাঁতিত এৰি যোৱাৰ সন্দেহ স্থানীয় লোকৰ । কণমানি দুটাই স্পষ্টকৈ নিজৰ পৰিচয় দিব পৰা নাই যদিও কণমানি দুটাৰ ঘৰ বাগৰিত বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। পথৰ দাঁতিত উদ্ধাৰ হোৱা কণমানি দুটিক স্থানীয় লোকে খাদ্য যোগান ধৰি চাইল্ড লাইনক গতাই দিয়ে ।
নগাঁৱৰ বাইপাছত উদ্ধাৰ দুটি কণমানি
নগাঁৱৰ বাইপাছত উদ্ধাৰ দুটি কণমানি
Intro:নগাঁৱৰ বাইপাছৰ পথৰ দাঁতিত উদ্ধাৰ দুটাকৈ কণমানি শিশু। হৃদয়হীন পিতৃয়ে এৰি যোৱাৰ সন্দেহ।
Body:নগাঁৱত মঙলবাৰে পুৱাই সংঘটিত হয় এক হৃদয়বিদাৰক ঘটনা। পুৱাই পথৰ দাঁতিত কান্দি থকা অৱস্থাত উদ্ধাৰ দুই কণমানি শিশু। স্থানীয় লোকে পথৰ দাঁতিত অসহায় অৱস্থাত প্ৰত্যক্ষ কৰে শিশু দুটাক। হৃদয়হীন পিতৃয়ে দুই কণমানি শিশুক এৰি যোৱাৰ সন্দেহ স্থানীয় লোকৰ। শিশু দুটাই স্পষ্টকৈ পৰিচয় কব পৰা নাই যদিও শিশু দুটাৰ ঘৰ বাগৰিত বুলি জানিব পৰা গৈছে। স্থানীয় লোকে শিশু দুটাক যোগান ধৰিছে খাদ্য সামগ্ৰী। অৱশেষত চাইল্ড লাইনে উদ্ধাৰ কৰে অসহায় দুই শিশুক।
bite.
-----------///---------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৯-৭-২৯
Conclusion: