নগাঁও, 22 অক্টোবৰঃ মঙলবাৰে ৰাজ্যৰ আন প্ৰান্তৰ দৰে নগাঁৱতো বিজেপিৰ সংকল্প যাত্ৰা অনুষ্ঠিত হয় ৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে দেশজুৰি আৰম্ভ কৰিছে সংকল্প যাত্ৰা। মঙলবাৰে নগাঁৱত আয়োজিত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ভাগ লয় । সংকল্প যাত্ৰাৰ আৰম্ভণিৰ পূৰ্বে নগাঁৱৰ শ্বহীদ ভৱনৰ সমীপত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰে। ১৫ কিলোমিটাৰ পদযাত্ৰা কৰি মহাত্মা গান্ধীৰ আদৰ্শৰে নিজকে দেশ মাতৃৰ সেৱাত নিয়োজিত কৰাৰ সংকল্প লয় কামাখ্যা প্ৰসাদ তাছা আৰু ৰূপক শৰ্মাই। লগতে সোমবাৰে অনুষ্ঠিত হৈ যোৱা ৰাজ্যৰ চাৰিটাকৈ সমষ্টিৰ উপ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে তিনিখন আসনেই লাভ কৰাটো নিশ্চিত বুলি মন্তব্য কৰে দুয়োগৰাকী নেতাই।
নগাঁৱত বিজেপিৰ সংকল্প যাত্ৰা - বিধায়ক ৰূপক শৰ্মা
১৫ কিলোমিটাৰ পদযাত্ৰা কৰি মহাত্মা গান্ধীৰ আদৰ্শৰে নিজকে দেশ মাতৃৰ সেৱাত নিয়োজিত কৰাৰ সংকল্প লয় কামাখ্যা প্ৰসাদ তাছা আৰু ৰূপক শৰ্মাই।
নগাঁও, 22 অক্টোবৰঃ মঙলবাৰে ৰাজ্যৰ আন প্ৰান্তৰ দৰে নগাঁৱতো বিজেপিৰ সংকল্প যাত্ৰা অনুষ্ঠিত হয় ৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে দেশজুৰি আৰম্ভ কৰিছে সংকল্প যাত্ৰা। মঙলবাৰে নগাঁৱত আয়োজিত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ভাগ লয় । সংকল্প যাত্ৰাৰ আৰম্ভণিৰ পূৰ্বে নগাঁৱৰ শ্বহীদ ভৱনৰ সমীপত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰে। ১৫ কিলোমিটাৰ পদযাত্ৰা কৰি মহাত্মা গান্ধীৰ আদৰ্শৰে নিজকে দেশ মাতৃৰ সেৱাত নিয়োজিত কৰাৰ সংকল্প লয় কামাখ্যা প্ৰসাদ তাছা আৰু ৰূপক শৰ্মাই। লগতে সোমবাৰে অনুষ্ঠিত হৈ যোৱা ৰাজ্যৰ চাৰিটাকৈ সমষ্টিৰ উপ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে তিনিখন আসনেই লাভ কৰাটো নিশ্চিত বুলি মন্তব্য কৰে দুয়োগৰাকী নেতাই।
Body:জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে দেশজুৰি আৰম্ভ কৰিছে সংকল্প যাত্ৰা। মঙলবাৰে নগাঁৱতো আয়োজিত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। সংকল্প যাত্ৰা আৰম্ভণিৰ পূৰ্বে নগাঁৱৰ শ্বহীদ ভৱনৰ সমীপত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰে। ১৫ কিলোমিটাৰ পদযাত্ৰা কৰি মহাত্মা গান্ধীৰ আদৰ্শৰে নিজকে দেশ মাতৃৰ সেৱাত নিয়োজিত কৰাৰ সংকল্প লয় কামাখ্যা প্ৰসাদ তাছা আৰু ৰূপক শৰ্মাই। লগতে সোমবাৰ অনুষ্ঠিত হৈ যোৱা ৰাজ্যৰ চাৰিটাকৈ সমষ্টিৰ উপ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে তিনিখন আসনেই লাভ কৰাটো নিশ্চিত বুলি মন্তব্য কৰে দুয়োগৰাকী নেতাই।
bite---
------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২২-১০-১৯
Conclusion: