Iনগাঁও, ২ মাৰ্চ : লোকসভা নিৰ্বাচনকলৈ সাজু বিজেপি দল । লোকসভা নিৰ্বাচনক লক্ষ্য কৰি ভাৰতীয় জনতা পাৰ্টীয়ে দেশজুৰি শনিবাৰে পালন কৰে বিজয় সংকল্প । বিজয় সংকল্প উপলক্ষে নগাঁৱতো ভাৰতীয় জনতা পাৰ্টীয়ে উলিয়াই বৃহৎ বাইক ৰেলী । নগাঁৱৰ নেহৰুৱালীৰ পৰা উলিওৱা এই বাইক ৰেলীত অংশগ্ৰহণ কৰে স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ লগতে পাঁচ শতাধিক বিজেপি কৰ্মীয়ে ।
লোকসভা নিৰ্বাচনকলৈ বিজেপিৰ ৰণদুন্দুভি - বাইক ৰেলী
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো বিজেপিৰ বাইক ৰেলী
![লোকসভা নিৰ্বাচনকলৈ বিজেপিৰ ৰণদুন্দুভি](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2585436-215-06029b41-c097-4ea4-a43e-90ff1e61135d.jpg?imwidth=3840)
নগাঁৱত বিজেপিৰ বাইক ৰেলী
Iনগাঁও, ২ মাৰ্চ : লোকসভা নিৰ্বাচনকলৈ সাজু বিজেপি দল । লোকসভা নিৰ্বাচনক লক্ষ্য কৰি ভাৰতীয় জনতা পাৰ্টীয়ে দেশজুৰি শনিবাৰে পালন কৰে বিজয় সংকল্প । বিজয় সংকল্প উপলক্ষে নগাঁৱতো ভাৰতীয় জনতা পাৰ্টীয়ে উলিয়াই বৃহৎ বাইক ৰেলী । নগাঁৱৰ নেহৰুৱালীৰ পৰা উলিওৱা এই বাইক ৰেলীত অংশগ্ৰহণ কৰে স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ লগতে পাঁচ শতাধিক বিজেপি কৰ্মীয়ে ।
নগাঁৱত বিজেপিৰ বাইক ৰেলী
নগাঁৱত বিজেপিৰ বাইক ৰেলী
Intro:লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যে নগাঁৱতো বিজেপিৰ বাইক ৰেলী।
Body:লোকসভা নিৰ্বাচনক লক্ষ্য কৰি ভাৰতীয় জনতা পাৰ্টীয়ে পালন কৰে বিজয় সংকল্প। বিজয় সংকল্প উপলক্ষে নগাঁৱতো ভাৰতীয় জনতা পাৰ্টীয়ে উলিয়াই বৃহৎ বাইক ৰেলী। নগাঁৱৰ নেহৰুৱালীৰ পৰা উলিওৱা বাইক ৰালীত অংশগ্ৰহণ কৰে স্থানীয় বিধায়ক ৰূপক শৰ্মাই। আকৌ এবাৰ মোদী চৰকাৰ শ্লোগানৰে আৰম্ভ কৰা বাইক ৰেলীত পাঁচ শতাধিক বাইক অংশগ্ৰহণ কৰে। স্মৰ্তব্য যে বাইক ৰেলীত অংশগ্ৰহণ কৰা বহু যুৱকেই ট্ৰেফিক আইন উলংগা কৰা পৰিলক্ষিত হয়। নগাওঁ চহৰৰ মাজেৰে উলিওৱা বাইক ৰেলীত বহু যুৱকেই হেলমেট পৰিধান নকৰি বাইক ৰেলীত অংশগ্ৰহণ কৰে।
bite. বিধায়ক।
---------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২-৩-১৯
Conclusion: