ETV Bharat / state

কাতি বিহুত বঢ়মপুৰৰ কামপুৰত ব্যতিক্ৰমী পদক্ষেপ যুৱ সমাজৰ - কাতি বিহু

কামপুৰ আঞ্চলিক যুৱক সমাজৰ উদ্যোগত কাতি বিহু উপলক্ষে বিশেষ ভাৱে সক্ষম লোকসকলক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় যুৱকসকলে।

ফুলাম গামোচাৰে সম্বৰ্ধনা কামপুৰ আঞ্চলিক যুৱক সমাজৰ
author img

By

Published : Oct 18, 2019, 9:31 PM IST

বঢ়মপুৰ,18 অক্টোবৰঃ আজি কাতি বিহু। নগাঁও জিলাৰ কামপুৰত আঞ্চলিক যুৱক সমাজে কাতি বিহু উপলক্ষে গ্ৰহণ কৰে এক ব্যতিক্ৰমী পদক্ষেপ। কামপুৰ আঞ্চলিক যুৱক সমাজৰ উদ্যোগত কাতি বিহু উপলক্ষে বিশেষ ভাৱে সক্ষম লোকসকলক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় যুৱকসকলে। বিহুৰ দিনা এসাজ খাবলৈ কিছু আৰ্থিক সাহায্য দিয়াৰ লগতে শীত নিয়ন্ত্ৰণ কৰাৰ বাবে এখন কৈ গৰম কাপোৰ প্ৰদান কৰে বিশেষ ভাৱে সক্ষম লোকসকলক ।

কাতি বিহুত বঢ়মপুৰৰ কামপুৰত ব্যতিক্ৰমী পদক্ষেপ যুৱ সমাজৰ
বঢ়মপুৰ যুৱ সমাজৰ এই ব্যতিক্ৰমী পদক্ষেপৰ শলাগ লৈছে কামপুৰবাসীয়ে। তেওঁলোকে প্ৰতিবছৰৰ দৰে এইবাৰো ব্যতিক্ৰমী ধৰণেৰে পালন কৰে কাতি বিহু ৷

Intro:
STORY=কাতি বিহুত কামপুৰত ব্যতিক্ৰমী পদক্ষেপ যুৱ সমাজৰ।

Anchor/Vo-আজি কাতি বিহু।নগাঁও জিলাৰ কামপুৰত আঞ্চলিক যুৱক সমাজে কাতি বিহু উপলক্ষে ললে ব্যতিক্ৰমী পদক্ষেপ। কামপুৰ আঞ্চলিক যুৱক সমাজৰ ব্যৱস্থাপনাত কাতি বিহু উপলক্ষে বিশেষ ভাৱে সক্ষম লোক সকলক এখনি গামোচাৰে সম্বৰ্ধনা জনায়। বিহুৰ দিনা এসাঁজ খাবলৈ কিছু আৰ্থিক সাহাৰ্য্য দিয়াৰ লগতে শীত নিয়ন্ত্ৰণ কৰাৰ বাবে এখন কৈ গৰম কাপোৰ প্ৰদান কৰে বিশেষ ভাৱে সক্ষম লোক সকলক ।
Body:Byte-বিষয়ববীয়া আঞ্চলিক যুৱক সমাজ

যুৱ সমাজৰ এই ব্যতিক্ৰমী পদক্ষেপৰ সলাগ লৈছে কামপুৰবাসীয়ে।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.