ETV Bharat / state

নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন

সোমবাৰে পুৱা পাঁচ বজাৰ পৰা 36 ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ অনশনস্থলীতে পাঁচগৰাকীকৈ প্ৰতিবাদকাৰীৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷

NAGAON AJYCP HUNGER STRIKE
নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন
author img

By

Published : Dec 17, 2019, 11:19 PM IST

নগাঁও,17 ডিচেম্বৰঃ নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন ৷ সোমবাৰে পুৱা পাঁচ বজাৰ পৰা 36 ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ অনশনস্থলীতে পাঁচগাৰকীকৈ প্ৰতিবাদকাৰীৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷ আনহাতে,সংগঠনটোৰ দাবী নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰা পৰ্যন্ত এই আন্দোলন অব্যাহত থাকিব ৷ ইয়াৰ উপৰিও অসমত আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰদানৰ দাবীও উত্থাপন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন

আৰু পঢ়ক- নাগৰিকত্ব সংশোধনী আইনক লৈ জ্বলিছে ৰাজ্যৰ লগতে দেশ

Intro:নগাঁৱতো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন। স্বাস্থ্যৰ অৱনতি পাচগৰাকীকৈ সদস্য।

Body:সোমবাৰে পুৱা পাঁচ বজাৰ পৰা ৩৬ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। নগাওঁ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিয়ে ৰূপায়ন কৰা অনশন কাৰ্যসূচীত পাচগৰাকীকৈ সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটে। সংগঠনটোৰ দাবী নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰা পৰ্যন্ত এই আন্দোলন অব্যাহত থাকিব। লগতে অসমত আন্তঃৰাজ্যিক পাৰ পত্ৰৰ দাবী সংগঠনটোৰ।
bite, দ্বীপমণি বৰা , সভাপতি নগাওঁ জিলা
------------------------------------------------------;--;;-
ৰকিবুল ওৱাহিদ, নগাওঁ
১৭-১২-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.