নগাওঁ,31 আগষ্ট : 31 আগষ্ট শনিবাৰে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ উত্থাপন হৈছে বহু অভিযোগ । বহু ভাৰতীয় নাগৰিকৰ নাম বাদ পৰাৰ সমান্তৰালকৈ বহু বিদেশীৰ নাম অন্তৰ্ভূক্ত হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এনে এক পৰিৱেশৰ মাজত এন আৰ চিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে এন আৰ চিত নাম বাদ পৰা এটা স্বদেশী পৰিয়ালে । নগাঁৱৰ এগৰাকী সেনা জোৱানৰ পত্নী তথা যোৰহাটৰ জীয়ৰী চৰিফা বেগমৰ নাম অন্তৰ্ভূক্ত হোৱা নাই চূড়ান্ত এন আৰ চিত । চৰিফা বেগম নামৰ মহিলাগৰাকীয়ে এন আৰ চি ৰ বাবে জনোৱা আবেদনত ব্যৱহাৰ কৰিছিল পিতৃৰ ১৯৫১ চনৰ এন আৰ চি । ১৯৫১ চনৰ এন আৰ চিত পিতৃৰ নাম থকা স্বত্বেও এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা নাই উজনিৰ পৰিয়ালৰ মহিলাগৰাকীৰ নাম । ফলত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে মহিলাগৰাকীৰ পৰিয়ালে ৷ এন আৰ চি চৰিফা বেগমৰ ব্যক্তিগত নথি-পত্ৰ এন আৰ চি কৰ্তৃপক্ষই ভুলকৈ অন্তভুক্তি কৰাৰ বাবে এন আৰ চি চূড়ান্ত তালিকাত তেওঁৰ নাম বাদ পৰিল বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালটোৱে ৷
এন আৰ চি চূড়ান্ত তালিকাত বাদ পৰিল নগাঁৱৰ এগৰাকী সেনা জোৱানৰ পত্নীৰ নাম - এন আৰ চিত নাম বাদ পৰা পৰিয়ালে
নগাঁৱৰ এগৰাকী সেনা জোৱানৰ পত্নী তথা যোৰহাটৰ জীয়ৰী চৰিফা বেগমৰ নাম বাদ পৰিল এন আৰ চি চূড়ান্ত তালিকাত ৷ চৰিফা বেগমৰ ব্যক্তিগত নথি-পত্ৰ এন আৰ চি কৰ্তৃপক্ষই ভুলকৈ অৰ্ন্তভুক্তি কৰাৰ বাবে এন আৰ চি চূড়ান্ত তালিকাত তেওঁৰ নাম বাদ পৰিল বুলি অভিযোগ উত্থাপন কৰে চৰিফা বেগমৰ পৰিয়াল
নগাওঁ,31 আগষ্ট : 31 আগষ্ট শনিবাৰে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ উত্থাপন হৈছে বহু অভিযোগ । বহু ভাৰতীয় নাগৰিকৰ নাম বাদ পৰাৰ সমান্তৰালকৈ বহু বিদেশীৰ নাম অন্তৰ্ভূক্ত হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এনে এক পৰিৱেশৰ মাজত এন আৰ চিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে এন আৰ চিত নাম বাদ পৰা এটা স্বদেশী পৰিয়ালে । নগাঁৱৰ এগৰাকী সেনা জোৱানৰ পত্নী তথা যোৰহাটৰ জীয়ৰী চৰিফা বেগমৰ নাম অন্তৰ্ভূক্ত হোৱা নাই চূড়ান্ত এন আৰ চিত । চৰিফা বেগম নামৰ মহিলাগৰাকীয়ে এন আৰ চি ৰ বাবে জনোৱা আবেদনত ব্যৱহাৰ কৰিছিল পিতৃৰ ১৯৫১ চনৰ এন আৰ চি । ১৯৫১ চনৰ এন আৰ চিত পিতৃৰ নাম থকা স্বত্বেও এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা নাই উজনিৰ পৰিয়ালৰ মহিলাগৰাকীৰ নাম । ফলত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে মহিলাগৰাকীৰ পৰিয়ালে ৷ এন আৰ চি চৰিফা বেগমৰ ব্যক্তিগত নথি-পত্ৰ এন আৰ চি কৰ্তৃপক্ষই ভুলকৈ অন্তভুক্তি কৰাৰ বাবে এন আৰ চি চূড়ান্ত তালিকাত তেওঁৰ নাম বাদ পৰিল বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালটোৱে ৷
Body:শনিবাৰে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ উত্থাপন হৈছে বহু অভিযোগ। বহু ভাৰতীয় নাগৰিকৰ নাম বাদ পৰাৰ সমান্তৰালকৈ বহু বিদেশীৰ নাম অন্তৰ্ভূক্ত হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগে সমগ্ৰ ৰাজ্য তুলপাৰ লগোৱাৰ সময়ত এন আৰ চিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে এন আৰ চিত নাম বাদ পৰা এটা স্বদেশী পৰিয়ালে। নগাঁৱৰ এগৰাকী সেনা জুৱানৰ পত্নী তথা যোৰহাটৰ জীয়ৰী চৰিফা বেগমৰ নাম অন্তৰ্ভূক্ত হোৱা নাই চূড়ান্ত এন আৰ চিত। চৰিফা বেগম নামৰ মহিলাগৰাকীয়ে এন আৰ চি ৰ বাবে জনোৱা আবেদনত ব্যৱহাৰ কৰিছিল পিতৃৰ ১৯৫১ চনৰ এন আৰ চি। ১৯৫১ চনৰ এন আৰ চিত পিতৃৰ নাম থকা স্বত্বেও এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা নাই উজনিৰ খিলঞ্জীয়া পৰিয়ালৰ মহিলাগৰাকীৰ নাম। এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাত এতিয়া ক্ষোভ পৰিয়ালটোৰ ।
bite-
-----------------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৩১-৮-১৯
Conclusion: