ETV Bharat / state

NRC ৰ আপত্তিৰ সন্দৰ্ভত সৰৱ বিধায়ক আমিনুল ইছলাম - অসম

ভূৱা আপত্তিৰে প্ৰকৃত ভাৰতীয় লোকক হাৰাশাস্তি কৰিছে একাংশ দুষ্ট চক্ৰই ৷ কণ কণ শিশু , ছাত্ৰ ছাত্ৰীৰ লগতে দলীয় কৰ্মীসকলক লগত লৈ ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে ধৰ্মঘটত বহিল বিধায়কগৰাকী ৷

NRC ৰ আপত্তিৰ সন্দৰ্ভত সৰৱ বিধায়ক আমিনুল ইছলাম
author img

By

Published : May 10, 2019, 5:53 PM IST

বটদ্ৰৱা, 10 মে' : ভূৱা আপত্তিৰে প্ৰকৃত ভাৰতীয় লোকক হাৰাশাস্তি কৰিছে একাংশ দুষ্ট চক্ৰই ৷ অন্যায়ভাৱে দুখীয়া মানুহক হাৰাশাস্তি কৰাটো আমি মানি ল'ব নোৱাৰো ৷ আপত্তিকাৰীয়ে নিজে উপস্থিত থাকি তথ্যসহ প্ৰমাণ কৰিব লাগিব ৷ এনেদৰেই শুকুৰবাৰে NRC ৰ আপত্তিৰ সন্দৰ্ভত সৰৱ হ'ল ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম ৷ ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে কণ কণ শিশু , ছাত্ৰ ছাত্ৰীৰ লগতে দলীয় কৰ্মীসকলক লগত লৈ ধৰ্ম ঘটত বহিল বিধায়কগৰাকী । ভূৱা আপত্তিৰে একাংশ দুষ্ট চক্ৰই প্ৰকৃত ভাৰতীয় লোকক হাৰাশাস্তি কৰিছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ লগতে NRCৰ ভূৱা আপত্তিত একাংশ জাতীয় সংগঠন,ৰাজনৈতিক দলৰ লগতে NRC ৰ বিষয়া কৰ্মচাৰী জড়িত আছে বুলি সমালোচনা কৰে বিধায়কগৰাকীয়ে ৷

Intro:ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ধৰ্ণাত বহি ৰাজহুৱাকৈ NRC ৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য । ভূৱা আপত্তিৰে প্ৰকৃত ভাৰতীয় লোকক হাৰাশাস্তি কৰিছে একাংশ দুষ্ট চক্রই আৰু জৰিত আছে জাতীয় সংগঠন , ৰাজনৈতিক দলৰ লগতে NRC ৰ বিষয়া কৰ্মচাৰীয়ে ।
Body:ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম NRC ৰ ভূৱা আপত্তিৰ সন্দৰ্ভত নগাঁও জিলাৰ ধিঙত ধৰ্ণা আৰু অবস্থান ধৰ্মঘট । প্ৰকৃত ভাৰতীয় নাগৰিকক NRC ৰ নামত হাৰাশাস্তি কৰাৰ প্ৰতিবাদত এই ধৰ্ণা কাৰ্যসূচী বিধায়ক গৰাকীৰ । বৃহস্পতিবাৰে ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে কন কন শিশু , ছাত্ৰ ছাত্ৰীৰ লগতে দলীয় কৰ্মী সকলক লগত লৈ বহিল বিধায়ক গৰাকী ধৰ্ম ঘটত । একাংশ জাতীয় সংগঠন আৰু ৰাজনৈতিক দলক চোকা ভাষাৰে সমালোচনা কৰে । ভূৱা আপত্তিৰে প্ৰকৃত ভাৰতীয় লোকক হাৰাশাস্তি কৰিছে একাংশ দুষ্ট চক্রই ।বিধায়ক গৰাকীৰ বিস্ফোৰক মন্তব্য NRCৰ ভূৱা আপত্তিত জড়িত আছে একাংশ জাতীয় সংগঠন , ৰাজনৈতিক দলৰ লগতে NRC ৰ বিষয়া কৰ্মচাৰী । একাংশ জাতীয় সংগঠনে বন্ধ কৰিব বিচাৰিছে NRC কাৰন বাংলাদেশীৰ নামত বছৰ বছৰ ধৰি সেই সংগঠন বোৰে হাজাৰ হাজাৰ কোটি টকা চান্দা লৈ বিলাসী জীৱন কটাই আহিছে ।সেইহে NRC ৰ নামত হাৰাশাস্তি কৰিছে প্ৰকৃত ভাৰতীয় লোকক । লগতে এই সন্দৰ্ভত বিধায়ক গৰাকীয়ে সংবাদমেলও আয়োজন কৰে ।_____________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.