ETV Bharat / state

চামগুৰিৰ মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱক সন্ধানহীন

author img

By

Published : Feb 1, 2021, 12:11 PM IST

২২ জানুৱাৰীৰ পৰা সন্ধানহীন চামগুৰিৰ মানসিক ভাৱে বিকাৰগ্ৰস্ত যুৱক সুৰজ জামান । যুৱক জনৰ কোনো সন্ধান পালে 9864956020/8876726485 নম্বৰত যোগাযোগৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷

missing-a-mentally-deranged-parson-at-samoguri
সন্ধানহীন চামগুৰিৰ মানসিক ভাৱে বিকাৰগ্ৰস্ত যুৱক

চামগুৰি,31 জানুৱাৰী : ২২ জানুৱাৰীৰ পৰা সন্ধানহীন চামগুৰিৰ কণুৱামাৰী গাঁৱৰ মানসিকভাৱে বিকাৰগ্ৰস্ত এজন যুৱক । চামগুৰিৰ সন্ধানহীন যুৱকজন হৈছে সুৰজ জামান ।

প্ৰাপ্ত তথ্য অনুসৰি, সন্ধানহীন যুৱকজনে পিতৃ উচমান আলিৰ লগত ২২ জানুৱাৰীত তেজপুৰস্থিত মানসিক চিকিৎসালয়লৈ গৈছিল । চিকিৎসালয়ত সমীপতে আছে ওচমান আলিৰ আত্মীয় ঘৰ ৷ সেয়ে ২২ জানুৱাৰীৰ নিশা পিতৃ উচমান আলি আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকজন আত্মীয়ৰ ঘৰতে আছিল ৷ নিশা প্ৰায় ২ বজাত পিতৃক লগত লৈ প্ৰসাৱ কৰাৰ চলেৰে বাহিৰলৈ গৈছিল ৷ তাৰ পাছতেই মানসিকভাৱে বিকাৰগ্ৰস্ত সুৰজ পিতৃৰ সন্মুখৰ পৰাই পলাই পত্ৰং দিয়ে ৷ তেতিয়াৰে পৰাই সুৰজ জামানৰ কোনো শুং-সূত্ৰ লাভ কৰা নাই পৰিয়ালৰ লোকে ।

চামগুৰিৰ মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱক সন্ধানহীন

এই সন্দৰ্ভত সুৰজ জামানৰ পৰিয়ালৰ লোকে তেজপুৰ আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰো ৷ কিন্তু আৰক্ষীয়েও কোনো সম্ভেদ লাভ কৰা নাই মানসিক ভাৱে বিকাৰগ্ৰস্ত যুৱক সুৰজ জামানৰ ।

উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে কাষ চাপিছে সংবাদ মাধ্যমৰো ৷ যুৱক জনৰ কোনো সন্ধান পালে 9864956020/8876726485 নম্বৰত যোগাযোগ কৰিবৰ বাবে কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক : পাঁচ ৰাজ্যত একেসময়তে নিৰ্বাচন : কিন্তু বিজেপিৰ গুৰুত্ব অসমত কিয় ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.