কলিয়াবৰ, 13 এপ্ৰিল : এইবাৰ কৰ'ণাৰ বিপক্ষে যুঁজ দিবলৈ বুলি অসমবাসীয়ে হেঁপাহৰ ৰঙালী বিহুটি ব্যতিক্ৰমী ৰূপত পালন কৰিছে । জাতিটোৰ স্বাৰ্থত ঘৰতে থাকি বিহু পালন কৰি কৰ'ণাৰ বিৰুদ্ধে অসমবাসীক ঐক্যবদ্ধ হৈ যুঁজ দিবলৈ আহ্বান জনাইছে ৰাজ্যৰ জল সম্পদ, বিজ্ঞান তথা তথ্য আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই।
ৰাজ্যবাসীক ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন মন্ত্ৰী কেশব মহন্তৰ - Minister Keshab Mahanta'
ব্যতিক্ৰমী বহাগ বিহুত সকলোলৈ ঐক্যবদ্ধ হৈ ঠিয় দিবলৈ আহ্বান মন্ত্ৰী কেশৱ মহন্তৰ
![ৰাজ্যবাসীক ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন মন্ত্ৰী কেশব মহন্তৰ ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন মন্ত্ৰী কেশব মহন্তৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6779329-1068-6779329-1586789152344.jpg?imwidth=3840)
ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন মন্ত্ৰী কেশব মহন্তৰ
কলিয়াবৰ, 13 এপ্ৰিল : এইবাৰ কৰ'ণাৰ বিপক্ষে যুঁজ দিবলৈ বুলি অসমবাসীয়ে হেঁপাহৰ ৰঙালী বিহুটি ব্যতিক্ৰমী ৰূপত পালন কৰিছে । জাতিটোৰ স্বাৰ্থত ঘৰতে থাকি বিহু পালন কৰি কৰ'ণাৰ বিৰুদ্ধে অসমবাসীক ঐক্যবদ্ধ হৈ যুঁজ দিবলৈ আহ্বান জনাইছে ৰাজ্যৰ জল সম্পদ, বিজ্ঞান তথা তথ্য আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই।
কেশব মহন্ত
কেশব মহন্ত
TAGGED:
Minister Keshab Mahanta'