ETV Bharat / state

নগাঁৱত মধ্যাহ্ন ভোজনক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা - কামপুৰ

নগাঁৱৰ কামপুৰ তেতেলিসৰা গ্ৰাণ্ট প্ৰাথমিক বিদ্যালয়ত এসপ্তাহজুৰি মধ্যাহ্ন ভোজন নিদিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । বিদ্যালয়ৰ শিক্ষকসকলৰ প্ৰতি অভিযোগ উত্থাপন ক্ষোভিত অভিভাৱকৰ ।

নগাঁৱত মধ্যাহ্ন ভোজনক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা
author img

By

Published : Apr 26, 2019, 5:54 PM IST

বঢ়মপুৰ,২৬ এপ্ৰিলঃ শুকুৰবাৰে কামপুৰ তেতেলিসৰা গ্ৰাণ্ট প্ৰাথমিক বিদ্যালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ এসপ্তাহজুৰি বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজন নিদিয়াৰ বাবে আৰু বিদ্যালয়খনত শিক্ষক সকল পলমকৈ উপস্থিত হোৱাৰ লগতে শিক্ষা মানদণ্ড নিম্ন মানৰ হোৱাৰ গুৰুতৰ অভিযোগ তুলি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে অভিভাৱক সকলে ৷

নগাঁৱত মধ্যাহ্ন ভোজনক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা

ইফালে নিৰ্বাচনত ভোটকেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা বিদ্যালয়খনৰ দমকল বেয়া হোৱাৰ বাবে আৰু মজুত পৰিমাণৰ চাউল নথকাৰ বাবেই মধ্যাহ্ন ভোজন নিদিয়াৰ অজুহাত দেখুৱাই প্ৰধান শিক্ষয়ত্ৰী গৰাকীয়ে ৷

পঢ়কঃ ৰিয়ান পৰাগৰ সফলতাত পিতৃৰ প্ৰতিক্ৰিয়া

Intro:কামপুৰ তেতেলিসৰা গ্ৰাণ্ট প্ৰাথমিক বিদ্যালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ এক সপ্তাহ ধৰি বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজন নিদিয়াৰ বাবে আৰু বিদ্যালয়খনত শিক্ষক সকল পলমকৈ উপস্থিত হোৱাৰ লগতে শিক্ষা মানদণ্ড নিম্ন মানৰ হোৱাৰ গুৰুতৰ অভিযোগ তোলি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে অভিভাৱক সকলে ৷ নিৰ্বাচনত ভোটকেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা বিদ্যালয়খনৰ দমকল বেয়া হোৱাৰ বাবেই মধ্যাহ্ন ভোজন নিদিয়াৰ অজুহাত দেখোৱাই প্ৰধান শিক্ষয়ত্ৰী গৰাকীয়ে ৷

Body:Byte = অভিভাৱক

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.