ETV Bharat / state

জুৰীয়াত অগ্নিকাণ্ডঃ জাহ গ'ল কেইবা লক্ষাধিক টকাৰ সামগ্ৰী

author img

By

Published : Apr 11, 2020, 11:56 AM IST

শুকুৰবাৰে নিশা ১০.৩০ মান বজাত ৰূপহীহাটৰ জুৰীয়া বজাৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । এই অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ।

massive fire in juria marke
massive fire in juria marke

জুৰীয়া, 11 এপ্ৰিলঃ শুকুৰবাৰে নিশা ৰূপহীহাটৰ জুৰীয়া বজাৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ৮ খনকৈ দোকান জুইত জাহ যায় । নিশা প্ৰায় ১০.৩০ মান বজাত সংঘটিত হয় এই অগ্নিকাণ্ড । বৰ্তমানলৈ অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ জানিব পৰা যোৱা নাই যদিও, পৰৱৰ্তী সময়ত হোৱা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে । ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও, এই অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ।

জুৰীয়াত অগ্নিকাণ্ডঃ জাহ গ'ল কেইবা লক্ষাধিক টকাৰ সামগ্ৰী

লগতে পঢ়কঃ ধুবুৰীত ভয়ংকৰ এয়াৰ চিলিণ্ডাৰ বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.