ETV Bharat / state

Man kills wife: ৰূপহীহাটত স্বামীয়ে ঘপিয়াই হত্যা কৰিলে পত্নীক

author img

By

Published : Nov 2, 2022, 6:46 AM IST

Updated : Nov 2, 2022, 7:21 AM IST

ৰূপহীহাটত নৃশংস হত্যাকাণ্ড (Murder in Rupohihat) ৷ ঘাতক স্বামীয়ে হত্যা কৰিলে পত্নীক(Husband killed his wife in Rupohihat) ৷ পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৷

Husband killed his wife in Rupohihat
ৰূপহীহাটত স্বামীয়ে ঘপিয়াই হত্যা কৰিলে পত্নীক
  • ৰূপহীহাটৰ গুনাবাড়িত নৃশংস হত্যাকাণ্ড(Murder in Rupohihat )
  • স্বামীয়ে হত্যা কৰিলে পত্নীক(Man kills wife in Rupohihat)
  • ঘাতক স্বামী আব্দুৰ ৰহিম খানে চোকা অস্ত্ৰৰে পত্নী চকিনা খাতুনক ঘপিয়াই হত্যা কৰাৰ অভিযোগ
  • পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ
  • পত্নীক হত্যা কৰিয়েই ঘাতক স্বামীৰ পলায়ন
  • ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰে তদন্ত

Last Updated : Nov 2, 2022, 7:21 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.