ETV Bharat / state

নগাঁৱত গাড়ীৰ খুন্দাত এটা লতামাকৰী বাঘৰ মৃত্যু

author img

By

Published : Dec 4, 2019, 1:43 PM IST

নগাঁৱৰ পুৰণিগুদামৰ কাষৰিগাঁৱত মৃত্যু এটা লতামাকৰী বাঘৰ ৷ নিশাই বন বিভাগে উদ্ধাৰ কৰে লতা মাকৰী বাঘটোৰ মৃতদেহ ৷

leopard death body recovered
লতামাকৰী বাঘৰ মৃত্যু

নগাঁও,4 নৱেম্বৰঃ নগাঁৱৰ পুৰণিগুদামত উদ্ধাৰ এটা মৃত লতামাকৰী বাঘ ৷ পুৰণিগুদামৰ কাষৰিগাঁৱত গাড়ীৰ খুন্দাত মৃত্যু হয় লতামাকৰী বাঘটোৰ ।ৰাষ্ট্রীয় ঘাইপথত চলা তীব্ৰ বেগী গাড়ীয়ে লতামাকৰী বাঘটো খুন্দিয়াই পলায়ন কৰে ঘটনাস্থলীৰ পৰা । নিশাই নগাঁও বন বিভাগে উদ্ধাৰ কৰে লতামাকৰী বাঘটোৰ মৃতদেহ।

লতামাকৰী বাঘৰ মৃত্যু

লগতে পঢ়কঃ পৰ্দাৰ আঁৰৰ টুইংকল

Intro:গাড়ীৰ খুন্দাত মৃত্যু লটামাকুৰীৰ । Body:নগাঁৱৰ পুৰণিগুদামত উদ্ধাৰ হয় এটা মৃত লটামাকুৰী ।
পুৰণিগুদামৰ কাষৰিগাৱত গাড়ীৰ খুন্দাত মৃত্যু হয় লটামাকুৰীটোৰ। ৰাষ্ট্রীয় ঘাইপথত চলা তীব্ৰ বেগী গাড়ীয়ে খুন্দিয়াই পলায়ন কৰে বাহনখনে। মৃত লতামাকুৰীজনীৰ পোৱালি থকাৰ সন্দেহ স্থানীয় ৰাইজৰ।
নিশাই নগাও বন বিভাগে উদ্ধাৰ কৰে লটামাকুৰীৰ মৃতদেহ।
Bite,
-----------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
4-12-19Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.