ETV Bharat / state

গোপনে গোপনে গেৰুকামুখলৈ কঢ়িয়াইছে বৃহৎ নদীবান্ধৰ সামগ্ৰী - nhpc

দেশজুৰি পঞ্চম পৰ্যায়ৰ লক্ ডাউন অৰ্থাৎ আনলক্ 1 আৰম্ভ হোৱাৰ লগে লগে জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে তৎপৰ হৈছে এন এইচ পি চি। কৰ'ণা সৃষ্ট পৰিবেশ এতিয়া ব্যস্ত সকলো। আনফালে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে বৃহৎ আন্দোলনৰ নেতৃত্ব দিয়া অখিল গগৈও কাৰাবন্দী হৈ আছে । ইয়াৰে যেন পূৰ্ণ সুযোগ গ্ৰহণ কৰি গোপনে আৰম্ভ কৰিছে জলবিদ্যুৎ প্ৰকল্পৰ সামগ্ৰী সৰবৰাহ।

kmss reaction on nhpc material carrying
kmss reaction on nhpc material carrying
author img

By

Published : Jun 13, 2020, 11:07 PM IST

নগাঁও, 13 জুন : লক্ ডাউন আৰু অখিল গগৈৰ কাৰাবন্দীৰ সুযোগ লৈ জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈ তৎপৰ হৈ পৰিছে নিৰ্মাণকাৰী সংস্থা এন এইচ পি চি। সংস্থাটোৰ নগাঁওস্থিত গুদামৰ পৰা গোপনে আৰম্ভ কৰিছে সামগ্ৰী সৰবৰাহ । ১৪ খনকৈ বৃহৎ বাহনেৰে ইতিমধ্যে গেৰুকামুখলৈ সামগ্ৰী সৰবৰাহ কৰাৰ পিছত ২০ ট্ৰাক ৰ'ড আৰু ২৭ টাকৈ ট্ৰেন্সফৰ্মাৰ সৰবৰাহৰ বাবে সম্পূৰ্ণ সাজু এন এইচ পি চি। গোপনে সামগ্ৰী কঢ়িওয়াৰ বাতৰি ই টি ভি ভাৰতত সম্প্ৰচাৰ হোৱাৰ পিচতেই নিৰ্মাণকাৰী সংস্থাটোৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দল সংগঠন।

গোপনে গোপনে গেৰুকামুখলৈ কঢ়িয়াইছে বৃহৎ নদীবান্ধৰ সামগ্ৰী

দেশজুৰি পঞ্চম পৰ্যায়ৰ লক্ ডাউন অৰ্থাৎ আনলক্ 1 আৰম্ভ হোৱাৰ লগে লগে জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে তৎপৰ হৈছে এন এইচ পি চি। কৰ'ণা সৃষ্ট পৰিবেশ এতিয়া ব্যস্ত সকলো। আনফালে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে বৃহৎ আন্দোলনৰ নেতৃত্ব দিয়া অখিল গগৈও কাৰাবন্দী হৈ আছে । ইয়াৰে যেন পূৰ্ণ সুযোগ গ্ৰহণ কৰি গোপনে আৰম্ভ কৰিছে জলবিদ্যুৎ প্ৰকল্পৰ সামগ্ৰী সৰবৰাহ। নির্মাণ সংস্থা এন এইচ পি চিৰ নগাঁৱৰ শেনচোৱাস্থিত গুদামৰ পৰা বৃহৎ বাহনেৰে আৰম্ভ কৰিছে বিভিন্ন সামগ্ৰী সৰবৰাহ। ইতিমধ্যে ১৪ খন বৃহৎ বাহনেৰে সামগ্ৰী কঢ়িওৱাৰ পিছতো সাজু অইন সামগ্ৰীৰ লগতে ২৭ টাকৈ ট্ৰেন্সফৰ্মাৰ সৰবৰাহৰ বাবে।

গোপনে সামগ্ৰী কঢ়িওয়াৰ বাতৰি ই টি ভি ভাৰতত প্ৰকাশ হোৱাৰ পিছতেই জাঙুৰ খাই উঠিছে দল সংগঠন। নগাঁৱৰ পৰা সামগ্ৰী কঢ়িওৱা বন্ধ কৰিবলৈ শেষ সকীয়নি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাওঁ জিলা সমিতিয়ে। গেৰুকামুখৰ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ গোপনে সামগ্ৰী কঢ়িওৱা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে পৰিবেশ কৰ্মী বুবুল শৰ্মা। নিৰ্বাচনৰ পূৰ্বে বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি জনতাৰ ভোট আদায় কৰি এতিয়া নদীবান্ধৰ সমৰ্থন কৰা চৰকাৰকো সমালোচনা মুক্ত সেউজ কণ্ঠ কাজিৰঙাৰ সদস্য বুবুল শৰ্মাৰ।

লগতে পঢ়ক : অ'এনজিচিৰ অসম সম্পদে বিপদ মাতিছে শিৱসাগৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.