ETV Bharat / state

নতুন ভূমিনীতি প্ৰত্যাহাৰৰ দাবীৰে সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি

author img

By

Published : Jul 6, 2020, 2:05 PM IST

নতুন ভূমিনীতি প্ৰত্যাহাৰৰ দাবীত নগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অনশন ৷

kmss protest at nagaon against New Land Law of Assam
নতুন ভূমিনীতি প্ৰত্যাহাৰৰ দাবীৰে সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি

নগাঁও,6 জুলাইঃ নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰৰ দাবীত নগাঁৱত অনশন কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে। নগাঁও সদৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখনত পালন কৰে ৮ ঘণ্টীয়া অনশন কাৰ্যসূচী। প্ৰতিবাদী কাৰ্যসূচীত সীমিত সংখ্যক লোক অংশগ্ৰহণৰ বাবে প্ৰশাসনে অনুমতি দিয়াত চাৰিজনকৈ সদস্যক লৈয়ে অনশনত বহে সংগঠনটোৱে।

প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শেষৰজন সদস্য থকালৈকে নতুন ভূমি নীতিৰ বিৰুদ্ধে যুঁজাৰ হুংকাৰ দিয়ে সংগঠনটোৰ নগাঁও জিলা সমিতিৰ সভাপতি জিতেন বৰাই।

লগতে পঢ়কঃঅসমত অব্যাহত আছে বানৰ সংহাৰ: মৃত্যু 37 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.