ETV Bharat / state

জুৰীয়াত ভাতৃ মণি মাধৱক ভোট দিবলৈ আহ্বান কেশৱ মহন্তৰ - Juria

কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ অগপৰ বিশিষ্ট নেতাগৰাকীৰ

কেশৱ মহন্ত
author img

By

Published : Apr 3, 2019, 8:06 PM IST

জুৰীয়া,৩মাৰ্চঃ ভাতৃক উদ্ধাৰৰ বাবে ৰূপহীহাটত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলে কেশৱ মহন্তই । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নিৰ্বাচনী সভাক প্ৰত্যাহ্বান জনাই জুৰীয়াত নিৰ্বাচনী সভাত নিজ ভাতৃৰ হৈ প্ৰচাৰ চলায় কেশৱ মহন্তই ।সাংবাদিকৰসৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰি এইবাৰ অগপ-বিজেপি-বিপিএফ মিত্ৰজোঁটৰ বিজয় নিশ্চিত বুলি কয় কেশৱ মহন্তই ।

Intro: ভাতৃক উদ্ধাৰত প্ৰচেষ্টা কেশৱ মহন্তৰ ৷ ৰূপহীহাটত মুখ্যমন্ত্ৰীৰ সভাৰ আয়োজন ৷ Body:প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ নিৰ্ববাচনী সভাক প্ৰত্যাহ্বান জনাই জুৰীয়ত মুখ্যমন্ত্ৰীৰ সভাৰ প্ৰস্তুতি ৷ দেওবাৰে জুৰীয়া খেলপথাৰত পুত্ৰ গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলাইছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈয়ে ৷ ৭ এপ্ৰিলত একেতা স্থানতে অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মনি মাধৱ মহন্তৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ বুধবাৰে জুৰীয়াত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ সভাৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ ভাতৃক কি দৰে জয়ৰ মুকুট পিন্ধাব তাক লৈ উঠিপৰি লাগিছে কেশৱ মহন্তই ৷
জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.