ETV Bharat / state

কেঁকো সাপসহ আৰক্ষীৰ জালত 6 সৰবৰাহকাৰী

author img

By

Published : Jul 27, 2019, 11:32 AM IST

নিশা কলিয়াবৰত পুনৰ আৰক্ষীৰ জালত পৰিল কেঁকো সাপসহ 6 সৰবৰাহকাৰী ৷

কেঁকো সাপসহ আৰক্ষীৰ জালত 6 সৰবৰাহকাৰী
  • কলিয়াবৰ আৰু মিছা আৰক্ষী যৌথ অভিযানত কলিয়াবৰৰ মিছা অঞ্চলৰ পৰা আটক ৬ জনকৈ কেঁকো সাপ সৰবৰাহকাৰী
  • চাৰি দিনত দুটা পৃথক অভিযানত আৰক্ষীৰ জালত বাৰজন
  • শুকুৰবাৰে নিশা আৰক্ষীৰ জালত পৰিল 6 জন
  • আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে – ৰাজু ইছলাম, জয়ন্ত নাথ, উপেন কুৰ্মী, বাবুল হুছেইন, জালালুদ্দিন আনচাৰী আৰু সুৰজ চবৰক
  • অভিযান কালত আৰক্ষীয়ে কেঁকো সাপ সৰবৰাহকাৰী দলটোৰ পৰা জব্দ দুখনকৈ বাহন
  • AS-12-P-3334 নম্বৰৰ এখন মাৰুতি বাহনৰ লগতে AS-01-BD-9335 নম্বৰৰ বলেৰ' বাহন জব্দ কৰে আৰক্ষীয়ে
  • ধৃত দলটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 1,12,500 টকা
  • যোৱা ২৫ জুলাই তাৰিখেও এডাল কেঁকো সাপসহ ছজন চোৰাং ব‍্যৱসায়ীক নগদ ধন আৰু এখন মাৰুতি এল্ট' বাহন জব্দ কৰে

Intro:নিশা পুণৰ কলিয়াবৰত আৰক্ষীৰ জালত কোঁকো সাপসহ ৬ জন সৰবৰাহকাৰী।

কলিয়াবৰ আৰু মিছা আৰক্ষী যৌথ অভিযানত কলিয়াবৰৰ মিছা অঞ্চলৰ পৰা আটক ৬ জনকৈ কেঁকো সাপ সৰবৰাহকাৰী। Body:অসমত কেঁকো সাপ সৰবৰাহকাৰী এতিয়াও সক্ৰিয় হৈ আছে। যোৱা চাৰি দিনত দুটা পৃথক আৰক্ষী অভিযানত বাৰ গ্ৰপ্তাৰ।

শুক্ৰবাবে নিশা আৰক্ষীৰ জালত পৰিল ৬ জন। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে – ৰাজু ইছলাম, জয়ন্ত নাথ, উপেন কুৰ্মী, বাবুল হুছেইন, জালালুদ্দিন আনচাৰী আৰু সুৰজ চবৰক।

অভিযান কালত আৰক্ষীয়ে কেঁকো সাপ সৰবৰাহকাৰী দলটোৰ পৰা জব্দ দুখনকৈ বাহন।

AS-12-P-3334 নম্বৰৰ এখন মাৰুতি বাহনৰ লগতে AS-01-BD-9335 নম্বৰৰ বলেৰ' বাহন জব্দ কৰে আৰক্ষীয়ে।
ধৃত দলটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ ১,১২,৫০০ টকা।

যোৱা ২৫ জুলাই তাৰিখেও এডাল কেঁকো সাপসহ ছজন চোৰাং ব‍্যৱসায়ীক নগদ ধন আৰু এখন মাৰুতি এল্ট' বাহন জব্দ কৰে।Conclusion:visuals
KK2 file 25th july
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.