ETV Bharat / state

কলিয়াবৰত উদ্ধাৰ কেঁকোসাপ - কেঁকো সাপ

যিটো সময়ত এচাম চোৰাং চিকাৰীয়ে বনৰীয়া জীৱ-জন্তুকে ধৰি বন ধ্বংস যজ্ঞ অব্যাহত ৰাখিছে সেইটো সময়তে সঞ্জীৱ ডেকা নাম প্ৰকৃতিপ্ৰেমীজনে দাঙি ধৰিলে এক আদৰ্শ । কেঁকো সাপডাল উদ্ধাৰ কৰি বনাঞ্চলত মুকলি কৰি সকলোৰে আদৰ্শ হৈ ৰ'ল সঞ্জীৱ ডেকা ।

কলিয়াবৰৰ সোণাৰী-কামাখ্যা গাঁৱত কেঁকোসাপ উদ্ধাৰ
author img

By

Published : Jun 11, 2019, 8:52 PM IST

নগাঁও, ১১জুনঃ কলিয়াবৰৰ সোণাৰী-কামাখ্যা গাঁৱত উদ্ধাৰ হয় এডাল কেঁকো সাপ । প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই উদ্ধাৰ কৰে কেঁকোসাপডাল ।

বিয়লি কলিয়াবৰৰ সোণাৰী-কামাখ্যা গাঁৱৰ এটা ধান মিলত লোক এজনে এডাল কেঁকোসাপ প্ৰত্যক্ষ কৰে । এই কথা কলিয়াবৰৰ প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই গম পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হৈ কেঁকোসাপ ডাল উদ্ধাৰ কৰি শিলঘাট বনাঞ্চলত মুকলি কৰি দিয়ে । সঞ্জীৱ ডেকাৰ এই পদক্ষেপক সকলোৱে ধন্যবাদ জনাইছে ।

কলিয়াবৰৰ সোণাৰী-কামাখ্যা গাঁৱত কেঁকোসাপ উদ্ধাৰ

লগতে আন এটা বাতৰি- পাকিস্তানে নৰেন্দ্ৰ মোডীৰ বাবে মুকলি কৰিবনে বায়ুসীমা ?

Intro:কলিয়াবৰৰ সোণাৰী-কামাখ্যা গাঁৱত কেঁকোসাপ উদ্ধাৰ
স্থানীয় প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই উদ্ধাৰ কৰে কেঁকোসাপটোBody:আজি বিয়লি কলিয়াবৰৰ সোণাৰী-কামাখ্যা গাঁৱৰ এটা ধান মিলত এজন লোকে এডাল কেঁকোসাপ প্ৰত্যক্ষ কৰে আৰু লগে লগে কেঁকো সাপ ওলোৱা কথা ৰাইজে গম পাই কেঁকো সাপ চাবলৈ ৰাইজে উক্ত স্থানত ভীৰ কৰেহি। এই কথা গৈ প্ৰকৃতি প্ৰেমী যুৱক তথা কলিয়াবৰৰ প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাৰ কাণত পৰে। সঞ্জীৱ ডেকাই তৎমুহূৰ্ততে ঘটনাস্থলীত উপস্থিত হৈ কেঁকোসাপ ডাল উদ্ধাৰ কৰি শিলঘাট বনাঞ্চলত মুকলি কৰি দিয়ে।Conclusion:visuals
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.