ETV Bharat / state

কামপুৰত গঢ়া খহনীয়াৰ কাল ৰূপ

author img

By

Published : Jun 2, 2020, 7:43 PM IST

কপিলী নদীৰ বাঢ়নী পানীয়ে ৰহা সমষ্টিৰ বকুলগুৰি কপিলীকাণ সংযোগী মাথাউৰিটো ভাঙি নিয়াৰ ফলত বহু লোকৰ ঘৰ-বাৰী উটি যোৱাৰ লগতে হাজাৰ হাজাৰ কৃষি ভূমি এতিয়া পানীৰ কবলত ৷

Kampur kapili river erosion
কামপুৰত গঢ়া খহনীয়াৰ কাল ৰূপ

নগাঁও, 2 জুনঃ কামপুৰত বানে ভয়াৱহ ৰূপ ধাৰণ কাৰৰ পাছত ক্ৰমাৎ পৰিস্থিতি স্বাভাৱিক হৈছে যদিও গৰা খহনীয়াই কাল ৰূপ লৈছে ৷ কপিলী আৰু বৰপানী নৈ বঢ়নী পানীয়ে কেবাটাওটা মাথাউৰি ভাঙি অঞ্চলটোত জলপ্ৰলয়ৰ সৃষ্টি কৰিছিল । বৰ্তমান বান পৰিস্থিতি উন্নত হৈছে যদিও বৃদ্ধি পাইছে গঢ়া খহনীয়া ৷ কপিলী নদীৰ বাঢ়নী পানীয়ে ৰহা সমষ্টিৰ বকুলগুৰি কপিলীকাণ সংযোগী মাথাউৰিটো ভাঙি নিয়াৰ ফলত বহু লোকৰ ঘৰ-বাৰী উটি যোৱাৰ লগতে হাজাৰ হাজাৰ কৃষি ভূমি এতিয়া পানীৰ কবলত ৷ আনহাতে, দীৰ্ঘ দিন ধৰি ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসক মাথাউৰী নিৰ্মাণৰ বাবে দাবী জনাই অহাৰ পাছতো আজিকোপতি এই সমস্যাক লৈ বিধায়কগৰাকীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়কঃ বাইহাটাত কোভিড-19 আক্ৰান্ত মহকুমা স্বাস্থ্য বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.