ETV Bharat / state

কামপুৰত বন্যহস্তীৰ সন্ত্ৰাস - কামপুৰত বন্যহস্তীৰ সন্ত্ৰাস বাতৰি

বিগত এমাহৰ পৰা কামপুৰৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীৰ এটা জাকে ৷ হাতীৰ জাকটোৱে গছ ভাঙি বিদ্যুৎ যোগান ব্যাহত কৰাৰ লগতে ভঁৰালৰ ধান আৰু কাটি আনি থোৱা ধান খাই যথেষ্ট ক্ষতিসাধন কৰে সাধাৰণ ৰাইজৰ ৷

Kampur Elephnat terror
কামপুৰত বন্যহস্তীৰ সন্ত্ৰাস
author img

By

Published : Jan 6, 2020, 1:33 PM IST

কামপুৰ,6 জানুৱাৰীঃ কামপুৰত বন্যহস্তীৰ সন্ত্ৰাস ৷ দক্ষিণ চাংচকীত বন্যহস্তীয়ে সন্ত্ৰাস চলাই ভড়ালসহ তিনিটাকৈ বাসগৃহ ভাঙি চূৰমাৰ কৰে ৷ বনকৰ্মীৰ বাসগৃহও ভাঙি লণ্ডভণ্ড কৰে বন্যহস্তীৰ জাকে ৷ ঠেটুৱৈ লগা জাৰতো নিশা হাতী খেদিবলৈ ওলাই আহিল ৰাইজ ৷ হাতত জোঁৰ লৈ টিং, বাচন বজাই হাতী খেদাৰ চেষ্টা গঞাঁ ৰাইজৰ ৷

কামপুৰত বন্যহস্তীৰ সন্ত্ৰাস

উল্লেখ্য যে, বিগত এমাহৰ পৰা কামপুৰৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীৰ এটা জাকে ৷ হাতীৰ জাকটোৱে গছ ভাঙি বিদ্যুৎ যোগান ব্যাহত কৰাৰ লগতে ভঁৰালৰ ধান আৰু কাটি আনি থোৱা ধান খাই যথেষ্ট ক্ষতিসাধন কৰে সাধাৰণ ৰাইজৰ ৷ বনকৰ্মী কিৰণ হাজৰিকাৰ বাসগৃহ‌ও লণ্ডভণ্ড কৰে হাতীৰ জাকটোৱে ৷

লগতে পঢ়ক-স্বচ্ছতা অভিযান আৰু ডেৰাদুনৰ কেৱাল বিহাৰ অঞ্চল

Intro:Story-- কামপুৰত বন্যহস্তীৰ সন্ত্ৰাস।দক্ষিণ চাংচকীত বন্যহস্তীয়ে সন্ত্ৰাস চলাই ভড়াল সহ তিনিটা বাসগৃহ ভাঙি চুৰমাৰ কৰে । বনকৰ্মীৰ বাসগৃহ‌ও লণ্ডভণ্ড কৰিলে বন্যহস্তীৰ জাকে।

Anchor-কামপুৰত বন্যহস্তীৰ আতংক অব্যাহত ৷ কামপুৰ দক্ষিণ চাংচকীত ঠেটুৱৈ লগা জাৰতো উৰে নিশা হাতী খেদিবলৈ ওলাই আহিল মহিলা ৷ হাতত জোঁৰ লৈ টিং, বাচন বজাই হাতী খেদাৰ চেষ্টা গঞাঁ ৰাইজৰ ৷ হাতী খেদাত ব্যৰ্থ বন বিভাগ ৷ বিগত এমাহ ধৰি কামপুৰৰ বিভিন্ন অঞ্চলত বহু কেইটা বাসগৃহ ভঙাৰ লগতে কৃষি পথাৰ নষ্ট কৰি ত্ৰাসৰ সৃষ্টি কৰিছে দুশ জনীয়া এটা বন্যহস্তীৰ জাকে ৷ইপিনে দেওবাৰে পুৱতি নিশা কামপুৰৰ দক্ষিণ চাংচকীত
বন্যহস্তীয়ে সন্ত্ৰাস চলাই ভড়াল সহ তিনিটা বাসগৃহ ভাঙি চুৰমাৰ কৰে ৷ ৰক্ষা নপৰিল হাতী খেদাত ব্যৰ্থ হোৱা বনকৰ্মীৰ বাসগৃহ ৷ হাতীৰ জাকটোৱে গছ ভাঙি বিদ্যুৎ যোগান ব্যাহত কৰাৰ লগতে ভড়ালৰ ধান আৰু কাটি আনি থোৱা ধানৰ মেজিৰ ধান খায় বহু ক্ষতি সাধন কৰে ৷ বনকৰ্মী কিৰণ হাজৰিকাৰ বাসগৃহ‌ও লণ্ডভণ্ড কৰে হাতীৰ জাকটোৱে।Body:BYTE = ভূক্তভোগী

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.