- শান্তিপূৰ্ণভাৱে চলি আছে কলিয়াবৰ লোকসভা সমষ্টিৰ ভোট গণনা
- পঞ্চম ৰাউণ্ডৰ অন্তত মণি মাধৱ মহন্তৰ অগ্ৰগতি
- ১১ হাজাৰতকৈ অধিক ভোটত অগ্ৰগতি
- ১ম ৰাউণ্ডত এটা ইভিএমৰ বিসংগতি ধৰা পৰিছে
- ইভিএমটো ৮ নং বৰালী গাঁও প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰৰ
- ১১নং কলিয়াবৰ লোকসভা আসনৰ ৮৯নং কলিয়াবৰ বিধানসভা সমষ্টিৰ ১৯১টা ইভিএমৰ হৈছে ভোট গণনা
- বিজয়ক লৈ আশাবাদী মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী মণিমাধৱ মহন্তকলিয়াবৰত 5ম ৰাউণ্ডৰ অন্তত মণিমাধৱৰ অগ্ৰগতি
কলিয়াবৰত 5ম ৰাউণ্ডৰ অন্তত মণিমাধৱৰ অগ্ৰগতি - election
পুৱা আঠ বজাৰ পৰা কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত আৰম্ভ হৈছে সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোট গণনা। ১ম ৰাউণ্ডত এটা ইভিএমৰ বিসংগতি ধৰা পৰিছে। বিজয়ক লৈ আশাবাদী মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী মণিমাধৱ মহন্ত ৷
![কলিয়াবৰত 5ম ৰাউণ্ডৰ অন্তত মণিমাধৱৰ অগ্ৰগতি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3361199-307-3361199-1558594205873.jpg?imwidth=3840)
কলিয়াবৰত 5ম ৰাউণ্ডৰ অন্তত মণিমাধৱৰ অগ্ৰগতি
- শান্তিপূৰ্ণভাৱে চলি আছে কলিয়াবৰ লোকসভা সমষ্টিৰ ভোট গণনা
- পঞ্চম ৰাউণ্ডৰ অন্তত মণি মাধৱ মহন্তৰ অগ্ৰগতি
- ১১ হাজাৰতকৈ অধিক ভোটত অগ্ৰগতি
- ১ম ৰাউণ্ডত এটা ইভিএমৰ বিসংগতি ধৰা পৰিছে
- ইভিএমটো ৮ নং বৰালী গাঁও প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰৰ
- ১১নং কলিয়াবৰ লোকসভা আসনৰ ৮৯নং কলিয়াবৰ বিধানসভা সমষ্টিৰ ১৯১টা ইভিএমৰ হৈছে ভোট গণনা
- বিজয়ক লৈ আশাবাদী মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী মণিমাধৱ মহন্তকলিয়াবৰত 5ম ৰাউণ্ডৰ অন্তত মণিমাধৱৰ অগ্ৰগতি
Intro:কলিয়াবৰ বিধান সভাৰ ভোট গণনা
৫ম ৰাউণ্ডৰ অন্তৰ অন্তত মণি মাধৱৰ অগ্ৰগতি
১১ হাজাৰতকৈ অধিক ভোটত অগ্ৰগতি
১ম ৰাউণ্ডত এটা ইভিএমৰ বিসঙ্গতি
ইভিএমটো ৮ নং বৰালী গাঁও প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰৰBody:পূৱা আঠ বজাৰ পৰা কলিয়াবৰ মহকুমাধিপতি কাৰ্য্যালয়ত আৰম্ভ হৈছে সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোট গণণনা। ১১নং কলিয়াবৰ লোকসভা আসনৰ ৮৯ নং কলিয়াবৰ বিধান সভা সমষ্টিৰ ১৯১টা ইভিএমৰ হৈছে ভোট গণনা। ১ম ৰাউণ্ডত এটা ইভিএমৰ বিসঙ্গতি ধৰা পৰিছে। ইভিএমটো ৮ নং বৰালী গাঁও প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰৰ। ইতিমধ্যে চাৰি ৰাউণ্ডৰ ভোট গণনাৰ অন্ত পৰিছে।
মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ বিজয়ক লৈ আশাবাদী।Conclusion:bite monimadhab
visuals