কলিয়াবৰ, 3 মে' : লক-ডাউনৰ মাজতে কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা । দাৰিগজিত নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ ওপৰত বাগৰিল তীব্ৰবেগী এল্ট' বাহন ।
গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী AS-01-AG-1681 এল্ট' বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে বাহনখনৰ আৰোহী নলীন চন্দ্ৰ সন্দিকৈ ৷
ইতিমধ্যে আহত লোকজনক ততালিকে জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে কলিয়াবৰ আৰক্ষীয়ে ৷
লগতে পঢ়ক : চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা নলবাৰীৰ এটা অসহায় পৰিয়াল