ETV Bharat / state

কলিয়াবৰত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত তিনি

কলিয়াবৰত পুনৰ বনৰীয়া গাহৰিৰ আক্ৰমণত এগৰাকী গৰ্ভৱতী মহিলাসহ তিনিজন আহত ৷

কলিয়াবৰত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত তিনি
author img

By

Published : Oct 24, 2019, 3:48 AM IST

Updated : Oct 24, 2019, 7:52 AM IST

কলিয়াবৰ, 23 অক্টোবৰঃ কলিয়াবৰত পুনৰ বনৰীয়া গাহৰিৰ আক্ৰমণত এগৰাকী গৰ্ভৱতী মহিলাসহ তিনিজনলোক আহত হয় ৷ মিনতি মণ্ডল নামৰ এগৰাকী গৰ্ভৱতী মহিলা গুৰুতৰভাৱে আহত হোৱাৰ লগতে ব্ৰজ মণ্ডল আৰু চিৰঞ্জিৎ মণ্ডল নামৰ আন দুজনো আহত গাহৰিৰ আক্ৰমণত। গৰ্ভৱতী মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ‍্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ লাওখোৱা অভয়াৰণ‍্যৰ পৰা ওলাই অহা গাহৰিয়ে আক্ৰমণ কৰা এইটো দ্বিতীয়টো ঘটনা ৷ ইয়াৰ পূৰ্বে যোৱা মঙলবাৰেও কলিয়াবৰৰ বঙৰচুক গাঁৱত বনৰীয়া গাহৰিৰ আক্ৰমণত এজন লোক প্ৰাণ হেৰুৱাইছিল ।

Intro:Breaking

কলিয়াবৰত পুণৰ বন‍্য গাহৰীৰ আক্ৰমণ

এগৰাকী গৰ্ভাৱতী মহিলাক সঙ্কটজনক অৱস্থাত তেজপুৰলৈ প্ৰেৰণ

লাওখোৱা অভয়াৰণ‍্যৰ পৰা ওলাই অহা গাহৰিয়ে আক্ৰমণ কৰে তিনি মহিলাকBody:কলিয়াবৰত পুনৰ বনৰীয়া গাহৰিৰ আক্ৰমণ। এগৰাকী গৰ্ভৱতী মহিলাসহ তিনিজন আহত। ঘটনাটো সংঘটিত হৈছে লাওখোৱা ২ নং বগাজানত। তিনিওকে ১০৮ সেৱাৰ জৰিয়তে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
আহত গৰ্ভাৱতী মহিলা গৰাকীক ততাতৈয়াকৈ তেজপুৰলৈ প্ৰেৰণ কৰে।
কলিয়াবৰ মহকুমাৰ লাওখোৱাত বন গাহৰিৰ সন্ত্ৰাস। লাওখোৱাৰ ২নং বগাজান গাঁৱত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত তিনিজন লোক। মিনতি মণ্ডল নামৰ এগৰাকী গৰ্ভৱতী মহিলা গুৰুত্বৰভাৱে আহত গাহৰিৰ আক্ৰমণত। ব্ৰজ মণ্ডল আৰু চিৰঞ্জিৎ মণ্ডল নামৰ আন দুজন আহত বনৰীয়া গাহৰিৰ আক্ৰমণত। পৰৱৰ্তী সময়ত আহত মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ‍্যালয়লৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ‍্য যে, লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া গাহৰিয়ে আক্ৰমণ চলাই। মঙ্গলবাৰেও কলিয়াবৰৰ বঙৰচুক গাঁৱত বনৰীয়া গাহৰিৰ আক্ৰমণত এজন লোক প্ৰাণ হেৰুৱাইছিল।Conclusion:visuals
bite
Last Updated : Oct 24, 2019, 7:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.