ETV Bharat / state

কৰ'ণাৰ হটস্পটলৈ পৰিণত জুৰীয়া আৰক্ষী থানা

author img

By

Published : Aug 5, 2020, 2:18 PM IST

ৰাজ্যত অব্যাহত আছে কৰ‘ণা ভাইৰাছৰ ভয়াৱহতা ৷ ইতিমধ্যে ৰাজ্যত কৰ‘ণাত আক্ৰান্ত লোকৰ সংখ্যাই অতিক্ৰম কৰিছে 48 হাজাৰৰ সংখ্যা ৷

Juria police station became hotspot for Coronavirus
কৰ'ণাৰ হটস্পটলৈ পৰিণত জুৰীয়া আৰক্ষী থানা

নগাঁও, 5 আগষ্ট : ৰাজ্যত অব্যাহত আছে কৰ‘ণা ভাইৰাছৰ ভয়াৱহতা ৷ ইতিমধ্যে ৰাজ্যত কৰ‘ণাত আক্ৰান্ত লোকৰ সংখ্যাই অতিক্ৰম কৰিছে 48 হাজাৰৰ সংখ্যা ৷ ৰাজ্যৰ অন্যান্য জিলাসমূহৰ সমান্তৰালকৈ নগাঁৱতো ক্ৰমাৎ বৃদ্ধি হৈছে কৰ‘ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷

নগাঁৱত কৰ'ণাৰ গনসংক্ৰমণে ভয়াৱহ ৰূপ লোৱাৰ সময়তে যেন কৰ'ণাৰ হটস্পটলৈ পৰিণত হৈছে নগাঁৱৰ জুৰীয়া আৰক্ষী থানা । আৰক্ষী থানাখনৰ দুজনকৈ আৰক্ষী প্ৰথমে কৰ'ণাত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছতেই ৰেপিড এন্টিজেন টেষ্টৰ সহায়ত আৰক্ষী থানাৰ প্ৰতিজন আৰক্ষীৰ ক'ভিড-১৯ পৰীক্ষা কৰা হয় । এই পৰীক্ষাতে পোহৰলৈ আহিছে থানাখনত কৰ'ণাৰ গনসংক্ৰমণৰ ভয়াৱহ তথ্য ।

আৰক্ষী থানাৰ ১১ জনকৈ আৰক্ষীৰ উপৰিও জুৰীয়াৰ দুজনকৈ সাংবাদিকৰ দেহতো ধৰা পৰিছে ক'ভিড-১৯ ৰ অৱস্থিতি ।

লগতে পঢ়ক : নৱ কুমাৰ শৰণীয়াক উভটি ধৰিলে ইউপিপিএলৰ নেতা ফৌইলা বৰগয়াৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.