ETV Bharat / state

বজাৰত বৰবিহৰ ৰূপত চিপছ, আই টি চিৰ চিপছত প্লাষ্টিক

author img

By

Published : Oct 20, 2019, 5:46 PM IST

বজাৰত চিপছৰ নামত বৰবিহ । প্লাষ্টিক খুৱাই শিশুৰ জীৱনলৈ ভয়ঙ্কৰ বিপদ ।

বজাৰত চিপছৰ নামত বৰবিহ

বটদ্ৰৱা, 20 অক্টোবৰ:শিশুৰ প্ৰিয় চিপ্ছ । শিশুৱে খাই ভাল পোৱা সামগ্ৰী যোগান ধৰে পিতৃ মাতৃয়ে । কিন্তু বজাৰত উপলব্ধ এই চিপ্ছ সচাঁই খোৱাৰ উপযোগী নে? বজাৰত উপলব্ধ চিপ্ছৰ নামত কেনেদৰে নিতৌ আপোনাৰ শিশুটিয়ে খাইছে বৰবিহ । দৃশ্য দেখি আপোনাৰ গাৰ নোম শিয়ৰি উঠিব ।

ITC'S CHIPS CONTAIN PLASTIC!!
বজাৰত চিপছৰ নামত বৰবিহ
আপোনাৰ যদি শিশু আছে তেন্তে শিশুটিয়ে খাই ভাল পোৱা চিপ্ছ হাত তুলি দিয়াৰ আগত এশবাৰ ভাবক । একাংশ বহিৰাগত ব্যৱসায়ীয়ে অধিক মুনাফা লুটাৰ বাবে চিপ্ছত প্লাষ্টিকৰ তৰল পদাৰ্থ মিহলাই মানুহক খোৱাইছে বৰবিহ । যাৰ ফলস্বৰূপে মানুহৰ শৰীৰত সঘনাই বৃদ্ধি পায় আহিছে বিভিন্ন ধৰণৰ বেমাৰৰ লগতে কেঞ্চাৰ দৰে মাৰাত্মক ৰোগ ।
ITC'S CHIPS CONTAIN PLASTIC!!
বজাৰত চিপছৰ নামত বৰবিহ

এইয়া নগাঁও জিলাৰ বটদ্ৰৱাৰ ৰাইডঙীয়াৰ দৃশ্য । বহিৰাগত কোম্পানী আই টি চিৰ বিংগ ‘টেৰে মেৰে’ পেকেটত পোৱা গৈছে প্লাষ্টিক । এজন লোকে দোকানৰ পৰা ক্ৰয় কৰা পেকেটত থকা চিপ্ছ জ্বলাই দিয়াত জ্বলি গৈছে চিপ্ছৰ টুকুৰা ৷

কিন্তু এই সমূহ বিষয়ত উদাসীন চৰকাৰৰ বিয়াগোম খাদ্য সুৰক্ষা বিভাগ ৷

Intro:বজাৰত চিপছৰ নামত বৰবিহ । প্লাষ্টিক খুৱাই শিশুৰ জীৱনলৈ ভয়ঙ্কৰ বিপদ ।Body:শিশুৰ প্ৰিয় চিপছ। সেইহে শিশুৱে খাই ভাল পোৱা সামগ্ৰী যোগান ধৰে পিতৃ মাতৃয়ে । কিন্তু বজাৰত উপলব্ধ এই চিপছ সচাঁই উপযোগী হৈ আছে নে ? আমি আপোনাক দেখুৱাম বজাৰত উপলব্ধ চিপছৰ নামত কেনেদৰে নিতৌ আপুনৰ শিশুটিয়ে খাইছে বৰবিহ । যি দৃশ্য দেখি আপোনাৰ গাৰ নোম শিয়ৰি উঠিব ।হয় আপুনাৰ যদি শিশু আছে তেন্তে শিশুটিয়ে খাই ভাল পোৱা চিপছ খুৱাৰ আগতে আপুনি এশবাৰ ভাবক । কাৰণ আপুনি আপুনাৰ শিশুটিক যোগান ধৰা চিপছৰ নামত খাইছে বৰবিহ । একাংশ বহিৰাগত ব্যৱসায়ীয়ে অধিক মুনাফা লুটাৰ বাবে চিপছৰ নামত প্লাষ্টিক তৰল পদাৰ্থ মিহলাই মানুহক খোৱাইছে বৰবিহ । যাৰ ফলস্বৰূপে মানুহৰ শৰীৰত সঘনাই বৃদ্ধি পায় আহিছে বিভিন্ন ধৰণৰ বেমাৰৰ লগতে কেঞ্চাৰ দৰে মাৰাত্মক ৰোগ । এইয়া নগাঁও জিলাৰ বটদ্ৰৱাৰ ৰাইডঙীয়াৰ দৃশ্য । বহিৰাগত কোম্পানী আই টি চিৰ বিংগ টেৰে মেৰে পেকেটত পোৱা গৈছে প্লাষ্টিক । মুখৰ তৃপ্তি পোৰাবলৈ এই পেকেটৰ ভিতৰত থকা আলুৰ চিপছ সমূহ ব্যৱসায়ীয়ে কিনি আনি মুকলি ভাৱে বিক্ৰী কৰিছে৷ সেই পেকেটৰ ভিতৰত থকা চিপছত দেখিবলৈ পোৱা গৈছে মাৰাত্মক প্লাষ্টিক । কাৰণ এজন লোকে দোকানৰ পৰা ক্ৰয় কৰা এই পেকেটত থকা চিপছ জ্বলাই দিয়াত গৈছে জ্বলি । এনে ধৰণৰ চিপছ খুৱাৰ পিছত কি হব পাৰে আপুনাৰ শিশুটি আপুনিয়ে ভাৱক ।এনেদৰেই এতিয়া বহিৰাগত কোম্পানীয়ে সৰ্বসাধাৰন ৰাইজক বিক্ৰী কৰি লুটি আহিছে অধিক মুনাফা । কিন্তু এই বিংগ টেৰে মেৰে আমাৰ শিশুটি স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক খোৱাৰ আগতেই আপুনি সাৱধান হওক । আপুনি কিনা চিপছৰ পেকেটো কিমান স্বাস্থ্য সন্মত এবাৰ ভালকৈ বুজি লওক । নহলে কিন্ত বিপদ অনিবাৰ্য সেয়া যে নিশ্চিত । কাৰন আমাৰ চৰকাৰ ব্যাগুম খাদ্য সুৰক্ষা বিভাগ কিম্বা স্বাস্থ্য বিভাগ এই ক্ষেত্ৰত চৰম উদাসীণ ।___________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.