ETV Bharat / state

মানৱতাৰ বাৰ্তা লৈ মুক্ত আকাশত দুষ্পাপ্য শেন চৰাই - মানৱতাৰ বাৰ্তা লৈ মুক্ত আকাশত দুষ্পাপ্য শেন চৰাই

স্থানীয় সংবাদসেৱী তথা সচেতন যুৱকৰ তৎপৰতাত চিকিৎসাৰ পিছত সুস্থ হৈ উঠিল শেন চৰাইটো ৷

Injured Hawk Freed at Kaliabor
মানৱতাৰ বাৰ্তা লৈ মুক্ত আকাশত দুষ্পাপ্য শেন চৰাই
author img

By

Published : Jun 21, 2020, 11:59 AM IST

কলিয়াবৰ, 21 জুনঃ পক্ষী কূলৰ পৰা ক্ৰমাৎ বিলুপ্তপ্ৰায় এটি শেন চৰাই 18 জুনত আঘাতপ্ৰাপ্ত হৈছিল । স্থানীয় সংবাদসেৱী তথা সমাজকৰ্মী প্ৰদীপ লস্কৰ আৰু এজন সচেতন যুৱকৰ তৎপৰতাত পুনৰ সুস্থ হৈ উঠিল ডেউকা আৰু বুকুত আঘাট পোৱা শেন চৰাইটো ।

স্থানীয় পশু চিকিৎসক ডা৹ সুৰজ প্ৰতীম কাকতিৰ চিকিৎসাৰ ফলত সুস্থ হৈ উঠা শেন চৰাইটোক বৰ্তমান বন বিভাগৰ হাতত অৰ্পণ কৰে দুই প্ৰকৃতি প্ৰেমী যুৱকে । দুয়োগৰাকী প্ৰকৃতিপ্ৰেমীৰ এনে কাৰ্যৰ শলাগ লৈছে কলিয়াবৰৰ সচেতন লোকে ।

লগতে পঢ়ক: শূণ্য ডিগ্ৰীৰো কম তাপমাত্ৰাত যোগাভ্যাস আইটিবিপিৰ জোৱানৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.