নগাঁও, 11 চেপ্তেম্বৰঃ মংগলবাৰে নিশা কামপুৰ পুৰণি বাছ আস্থানৰ ম'বাইল টেক নামৰ বিপনীখনত চোৰে চলালে চাফাই অভিযান ৷ ৭ টাকৈ তলা ভাঙি চোৰে লুটি নিলে ব্যৱসায় প্ৰতিষ্ঠান খনৰ বহু মূল্যবান সামগ্ৰী ৷ প্ৰাপ্ত তথ্য মতে, চোৰে লুটি নিয়া সামগ্ৰীখিনি মূল্য প্ৰায় ৫০ হাজাৰ টকা ৷ বৰ্তমান ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এমাহত প্ৰায় ১০ টাকৈ চুৰি কাৰ্য সংঘটিত হোৱাৰ পাছত চিন্তিত হৈ পৰিছে কামপুৰৰ সাধাৰণ ৰাইজ ৷
এমাহত ১০ টাকৈ চুৰি কাৰ্য কামপুৰত - Increasing number of rubbery cases in Nagaon
৭ টাকৈ তলা ভাঙি চোৰে লুটি নিলে প্ৰায় ৫০ হাজাৰ টকাৰ সামগ্ৰী ৷ চোৰৰ ঘাটিলৈ পৰিণত নগাঁও জিলাৰ কামপুৰ ৷
এমাহত ১০ টাকৈ চুৰি কাৰ্য কামপুৰত
নগাঁও, 11 চেপ্তেম্বৰঃ মংগলবাৰে নিশা কামপুৰ পুৰণি বাছ আস্থানৰ ম'বাইল টেক নামৰ বিপনীখনত চোৰে চলালে চাফাই অভিযান ৷ ৭ টাকৈ তলা ভাঙি চোৰে লুটি নিলে ব্যৱসায় প্ৰতিষ্ঠান খনৰ বহু মূল্যবান সামগ্ৰী ৷ প্ৰাপ্ত তথ্য মতে, চোৰে লুটি নিয়া সামগ্ৰীখিনি মূল্য প্ৰায় ৫০ হাজাৰ টকা ৷ বৰ্তমান ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এমাহত প্ৰায় ১০ টাকৈ চুৰি কাৰ্য সংঘটিত হোৱাৰ পাছত চিন্তিত হৈ পৰিছে কামপুৰৰ সাধাৰণ ৰাইজ ৷
Intro:নগাঁৱৰ কামপুৰত চোৰৰ চাফাই অভিযান ।
Anchor =মঙ্গলবাৰে নিশা কামপুৰ পুৰণি বাছ অাস্থানৰ ম'বাইল টেকত চোৰে চলালে চাফাই অভিযান।৭ টাকৈ তলা ভাঙি চোৰে চলালে চাফাই অভিযান।চোৰে লুটি নিলে ব্যৱসায় প্ৰতিষ্ঠান খনৰ বহু মূল্যবান সামগ্ৰী। সামগ্ৰীখিনি মূল্য প্ৰায় ৫০ হাজাৰ টকা । ইটোৰ পিছত সিটো চুৰি কাৰ্যৰ ঘটনাই চিন্তিত কৰি তুলিছে কামপুৰৰ সাধাৰণ ৰাইজক।এমাহত প্ৰায় ১০ টাকৈ চুৰি কাৰ্য সংঘটিত হৈছিল যদিও আজি পযন্ত চোৰ ধৰাত ব্যৰ্থ কামপুৰ অাৰক্ষীৰ । বৰ্তমান ঘটনাস্থলিত কামপুৰ আৰক্ষী উপস্থিতহৈ তদন্ত আৰম্ভ কৰিছে ।
BYTE = ব্যৱসায়ী ।Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion: