ETV Bharat / state

কলিয়াবৰত বৃহৎ পৰিমাণৰ সুৰা জব্দ: আটক এজন

author img

By

Published : Jul 5, 2021, 10:53 AM IST

কলিয়াবৰত নতুনকৈ যোগদান কৰা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া (Kaliabor Police Station Office Incharge) ৰাজীৱ বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলাই এই অভিযান ।

কলিয়াবৰত বৃহৎ পৰিমাণৰ সুৰাৰ জব্দ: আটক এজন

কলিয়াবৰ, 5 জুলাই : সুৰা (Liquor), ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী (Assam Police)য়ে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে অভিযান ৷ যাৰ বাবে প্ৰতিদিনে আৰক্ষী (Police)ৰ কবলত পৰিছে সুৰা (Liquor), ড্ৰাগছ (Drugs), গাঞ্জা (Ganja) আদি নিচাজাতীয় সামগ্ৰীৰ লগতে বহুকেইজন সৰবৰাহকাৰী (Smuggler) ৷ কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ বৰুৱাই অবৈধ নিচাযুক্ত মাদক দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া (Kaliabor Police Station Office Incharge) ৰাজীৱ বৰুৱাই জিলাখনৰ বিভিন্ন অঞ্চলত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ অভিযানৰ সময়ত আৰক্ষীৰ দলে অবৈধ প্ৰায় 40 টা বিলাতী সুৰাৰ বটলৰ লগতে 500 লিটাৰ চুলাই জব্দ কৰে ৷ কলিয়াবৰ আৰক্ষীয়ে ঘটনাৰ লগতে জড়িত থকাৰ অভিযোগত এজন সৰবৰাহকাৰী (Smuggler)ক আটক কৰে ৷ উল্লেখ্য যে, কৰ'ণা (Covid 19)ৰ ভয়াৱহ সংক্ৰমণৰ সময়তো একাংশ জড়িত হৈ আছে অসামাজিক কাৰ্য-কলাপত ।

কলিয়াবৰত নতুনকৈ যোগদান কৰা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া (Kaliabor Police Station Office Incharge) ৰাজীৱ বৰুৱাই নিচামুক্ত কলিয়াবৰ গঢ় দিয়াৰ বাবে সকলো পক্ষৰ সহায়-সহযোগিতা কামনা কৰে ।

মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে নিচামুক্ত অসম গঢ়াৰ কথা উল্লেখ কৰে ৷ ইয়াৰ পাছতেই সুৰা (Liquor), ড্ৰাগছ (Drugs), গাঞ্জা (Ganja) আদি নিচাযুক্ত সামগ্ৰীৰ লগতে বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ বিৰুদ্ধে তৎপৰ হোৱা পৰিলক্ষিত হৈছে অসম আৰক্ষী (Assam Police) ৷ কিন্তু আৰক্ষীৰ এই অভিযানৰ পাচতো গাঁওসমূহ অবৈধ সুৰাৰ বেহা গোপনে চলি থকা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : গুৱাহাটীত ড্ৰাগছ মাফিয়াক আৰক্ষীৰ Encounter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.