ETV Bharat / state

নগাঁৱত কার্টুনে কার্টুনে অবৈধ সুৰা জব্দ - আমতলা

নগাঁৱৰ আমতলা ,চিলঙনি আদি অঞ্চলত আৰক্ষীৰ অভিযান। অভিযানত জব্দ কার্টুনে কার্টুনে জব্দ বিভিন্ন ব্ৰেণ্ডৰ সুৰা

নগাঁৱত কার্টুনে কার্টুনে অবৈধ সুৰা জব্দ
author img

By

Published : Sep 5, 2019, 2:30 AM IST

নগাঁও, 5 ছেপ্তেম্বৰ : নগাঁৱত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথান অভিযান ৷ অভিযানত জব্দ বৃহৎ পৰিমাণৰ সুৰাৰ বটল। লগতে আটক কৰে ছয়জনকৈ লোকক । নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিৰ নিৰ্দেশত প্ৰতিটো থানাৰ আৰক্ষীয়েই চলালে সুৰা বিৰোধী অভিযান। নগাঁৱৰ মৰিকলঙত অভিযান চলিল নগাওঁ নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ মহন্তৰ নেতৃত্বত । সমান্তৰালকৈ নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শৈলেন দেউৰীৰ নেতৃত্বতো চহৰখনৰ বিভিন্ন স্থানত একেই অভিযান। অভিযানত জব্দ কৰে কার্টুনে কার্টুনে জব্দ বিভিন্ন ব্ৰেণ্ডৰ সুৰা। নগাঁৱৰ আমতলা ,চিলঙনি আদি অঞ্চলত চলায় অভিযান।

Intro:এটা দুটা নহয় কার্টুনে কার্টুনে সুৰাৰ বটল। আছে ভেৰাইটিজ ব্ৰেণ্ডৰ সুৰা। কোৱাৰ্টাৰ, হাফ ফোল ও আছে। কিন্তু কত আছে এই বৃহৎ সুৰা।

Body:এয়া কোনো বাৰ অথবা ৱাইন স্বপৰ দৃশ্য নহয়। এয়া নগাওঁ সদৰ আৰক্ষী থানাৰ দৃশ্যহে। আৰক্ষী থানা ভৰি পৰিছে নামী দামী ব্ৰেণ্ডৰ সুৰাৰে। হাফ, কোৱাৰ্টাৰ সকলো আছে আৰক্ষী থানাত। আচলতে বুধবাৰে সন্ধিয়াৰ পৰা নিশা পৰ্য্যন্ত অবৈধ সুৰাৰ বিৰুদ্ধে মাৰাথান অভিযান চলালে নগাওঁ আৰক্ষীয়ে। নগাওঁ জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিৰ নিৰ্দেশত প্ৰতিটো থানাৰ আৰক্ষীয়েই চলালে সুৰা বিৰোধী অভিযান। জিলাখনৰ অন্যান্য থানাৰ লগতে নগাওঁ চহৰতো আৰক্ষীৰ তীব্ৰ অভিযান। সন্ধিয়াই নগাঁৱৰ মৰিকলঙত অভিযান চলিল নগাওঁ নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ মহন্তৰ নেতৃত্বত। জব্দ এই বৃহৎ পৰিমাণৰ সুৰাৰ বটল। লগতে আটক কৰে ছয়জনকৈ লোকক। সমান্তৰালকৈ নগাওঁ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শৈলেন দেউৰীৰ নেতৃত্বতো চহৰখনৰ বিভিন্ন স্থানত একেই অভিযান। অভিযানত জব্দ কৰে এইসমূহ সুৰা। কার্টুনে কার্টুনে জব্দ বিভিন্ন ব্ৰেণ্ডৰ সুৰা। নগাঁৱৰ আমতলা ,চিলঙনি আদি অঞ্চলত চলায় অভিযান।
bite , dsp

Conclusion:বুধবাৰে আৰক্ষীয়ে চলোৱাৰ দৰে অভিযান অব্যাহত থাকিলেহে বন্ধ হব নিচাজাতীয় দ্ৰব্যৰ অবাধ বেহা। কিন্তু কিমান দিনলৈ চলিব আৰক্ষীৰ এই অভিযান ? সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হব
----------------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম।
৫-৯-১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.