ETV Bharat / state

ৰে’ল পথ নিৰ্মাণত ব্যৱহৃত শিলক লৈ সন্দেহ ! বন বিভাগৰ - ৰে’ল পথ নিৰ্মাণত ব্যৱহৃত শিলক লৈ সন্দেহ ! বন বিভাগৰ

কামপুৰ আৰু যমুনামুখত ৰে’ল পথ নিৰ্মাণৰ যি কাম চলি আছে তাক লৈ প্ৰশ্ন স্থানীয় ৰাইজৰ ৷ ৰে’ল পথ নিৰ্মাণ কাৰ্যত অবৈধ শিল ব্যৱহাৰ কৰাৰ সন্দেহ ৷ চিনাক্ত কৰিবৰ বাবে নগাঁও জিলাৰ বন বিভাগৰ অভিযান ৷

নগাঁও বন বিভাগৰ অভিযান
author img

By

Published : Oct 24, 2019, 11:57 AM IST

নগাঁও,24 অক্টোবৰ: কামপুৰ আৰু যমুনামুখৰ মাজত উত্তৰ পূব সীমান্ত ৰেল'ৱেয়ে নিৰ্মাণ কৰি আছে দ্বৈত ৰে’লপথ আৰু কামপুৰ ৰে’ল ষ্টেচন ৷ ৰে'ল পথ নিৰ্মাণ কাৰ্যত ব্যৱহৃত হৈছে বৃহৎ পৰিমাণৰ শিল। কিন্তু এই শিল সমূহক লৈ উঠিছে গুৰুতৰ অভিযোগ ৷ ক'ৰ পৰা আহিছে এই শিল সমূহ,কোনে যোগান ধৰিছে শিল সমূহ ৷ ৰে’ল পথ নিৰ্মাণত ব্যৱহাৰ হোৱা শিল সমূহ অবৈধ বুলি অভিযোগ উত্থাপন হোৱাৰ পাচতেই নগাঁও জিলাৰ বন বিভাগৰ অভিযান ৷

ILLEGAL STONE SYNDICATE IN NAGAON NEWS
ৰে’ল পথ নিৰ্মাণ কাৰ্যত ব্যৱহৃত শিলক লৈ সন্দেহ

বন বিভাগে 57 টা ষ্টেকৰ বৈধ চালান বিচাৰি জাননী জাৰি কৰিছে শিল যোগান ধৰা ব্যৱসায়ী সকলক ৷ কিন্তু এই পৰ্যন্ত কোনো বৈধ চালান দেখুৱাব পৰা নাই শিল ব্যৱসায়ী সকলে ৷ ৰে'লৱে ঠিকাদাৰ,বন বিষয়াৰ লগতে একাংশ কামপুৰৰ বিজেপি নেতা-পালি নেতাই চালান বিহীন ভাৱে পাহাৰৰ পৰা শিল কঢ়িয়াই আনি চৰকাৰক কৰ ফাঁকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

ৰে’ল পথ নিৰ্মাণ কাৰ্যত দুৰ্নীতিৰ অভিযোগ

জানিব পৰা মতে,চালান বিহীন ভাৱেই কামপুৰলৈ নিশা হ'লেই আহে শ-শ শিল ভৰ্তি ডাম্পাৰ। এনে গুৰুতৰ অভিযোগ উত্থাপনৰ পাচতেই বৈধ চালান বিচাৰি নগাঁৱৰ বন বিষয়া উপস্থিত হৈ জাননী জাৰি কৰে ৷ কিন্তু বৰ্তমানও কামপুৰৰ বন বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত। অবাধে চলি অহা বনজ সম্পদ ধ্বংস অভিযানৰ বিৰুদ্ধে উচ্চ স্তৰীয় তদন্তৰ দাবী স্থানীয় লোকৰ ৷

Intro:ৰেল পথ নিৰ্মানত ব্যৱহাৰ হোৱা শিল সমূহ বৈধ নে অবৈধ চিনাক্ত কৰিবৰ বাবে নগাঁও জিলাৰ বন বিভাগে চলাইছে অভিযান ৷

Anchor=উত্তৰ পূৱ সীমান্ত ৰেল'ৱে নিৰ্মান কৰি আছে দ্বিতীয় ৰেলপথ আৰু কামপুৰ ৰেল ষ্টেচন ৷ ৰে'ল পথ নিৰ্মাণৰ বাবে প্ৰয়োজন হৈছে বৃহৎ পৰিমানৰ শিল ।কিন্তু ক'ৰ পৰা আহিছে এই শিল সমূহ, কোনে যোগান ধৰিছে শিল সমূহ ৷ ৰেল পথ নিৰ্মানত ব্যৱহাৰ হোৱা শিল সমূহ বৈধ নে অবৈধ চিনাক্ত কৰিবৰ বাবে নগাঁও জিলাৰ বন বিভাগে চলাইছে অভিযান ৷ বন বিভাগে ৫৭ টা ষ্টেকৰ বৈধ চালান বিচাৰি জাননী জাৰি কৰিছে শিল যোগান ধৰা ব্যৱসায়ী সকলক ৷ কিন্তু এই পৰ্যন্ত কোনো বৈধ চালান দেখুৱাব পৰা নাই শিল ব্যৱসায়ী সকলে ৷ ৰে'লৱে ঠিকাদাৰ, বন বিষয়াৰ লগতে একাংশ কামপুৰৰ বিজেপি, পালিনেতাই চালান বিহীন ভাৱে পাহাৰৰ পৰা শিল কঢ়িয়াই আনি চৰকাৰক কৰ ফাঁকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । জানিব পৰা মতে চালান বিহীন ভাৱে কামপুৰলৈ নিশা হ'লেই আহে শ শ শিল ভৰ্তি ডাম্পাৰ । যাৰ বাবে বৈধ চালান বিচাৰি নগাঁৱৰ বন বিষয়া উপস্থিত হৈ জাননী জাৰি কৰিছে ৷ কিন্তু কামপুৰৰ বন বিভাগৰ কুম্ভকৰ্ণ নিদ্ৰাত । এতিয়া প্ৰশ্ন হয়, বৈধ চালান বিচাৰি পাব নে বনবিভাগে উচিত তদন্ত কৰিবনে নে চৰকাৰক কৰ ফাঁকি দি অবাধে চলাই যাবলৈ দিব বনজ সম্পদ ধ্বংসৰ অভিযান ৷
Body:
BYTE = স্থানীয়লোক

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.