ETV Bharat / state

নগাঁৱৰ কচুৱাত ভূমি বিবাদক কেন্দ্ৰ কৰি সৃষ্টি উত্তপ্ত পৰিস্থিতি

author img

By

Published : Mar 8, 2020, 8:25 PM IST

নগাঁৱৰ কচুৱাত ভূমি বিবাদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি ৷ ঘটনা সন্দৰ্ভত সাতজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল স্থানীয় আৰক্ষী থানাত ৷ উক্ত ঘটনাৰ লগত জড়িতৰ সন্দেহত তিনিজন লোকক আটক কৰিছে আৰক্ষীয়ে ৷

hitiing situation arised nagaon kasua
ভূমি বিবাদ

বঢ়মপুৰ,8 মাৰ্চঃ নগাঁৱৰ কচুৱাত ভূমি বিবাদক কেন্দ্ৰ কৰি সৃষ্টি উত্তপ্ত পৰিস্থিতিৰ ৷ উত্তেজিত লোকে ভাঙি চুৰমাৰ কৰে ব্যৱসায়িক প্ৰতিষ্ঠান ৷ ঘটনা সন্দৰ্ভত সাতজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল স্থানীয় আৰক্ষী থানাত ৷

ভূমি বিবাদ

ঘটনাৰ বিৱৰণী অনুসৰি, নীলমোহন সৰকাৰ নামৰ ব্যক্তিগৰাকীৰ নামত থকা ভূমি বলপূৰ্বকভাৱে দখল কৰিব বিচাৰে একংশ লোকে ৷ বলপূৰ্বকভাৱে অহা প্ৰায় তিনি শতাধিক লোকক নেতৃত্ব দিয়ে মুছলিম উদ্দিন আৰু ইছমাইল হুছেইন নামৰ ব্যক্তি দুজনে ৷ ফলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ উত্তেজিত একাংশ লোকে নীলমোহন সৰকাৰক দাৰে ঘপিয়াবলৈ উদ্যত হোৱাৰ লগতে উপস্থিত মহিলাকো অশালীন ব্যৱহাৰ কৰে ৷ তাৰপিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ইতিমধ্যে ঘটনাৰ লগত জড়িতৰ সন্দেহত তিনিজন লোকক আটক কৰিছে আৰক্ষীয়ে ৷

লগতে চাওকঃনাৰী দিৱস উপলক্ষ্যে ডিমা হাছাওত সন্মানীত তিনি মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.